নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দি সীমান্তত পাহাৰ কাটি পথ নির্মাণ মিজোৰ

📌 চুবুৰীয়াৰ আগ্রাসনত আতংকগ্রস্ত গল্লাচ’ৰবাসী নিয়মীয়া বার্তা,  ১২ জুনঃ দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ মৰিষণৰ হকে পদক্ষেপ অব্যাহত থকাৰ সময়তে চুবুৰীয়া ৰাজ্যৰ একাংশ আগ্রাসী লোকৰ কার্যকলাপত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা৷…

ডিজিটেল লেনদেনঃ বিশ্ব ৰেংকিঙৰ শীর্ষস্থান অধিকাৰ ভাৰতৰ

🔷ডিজিটেল লেনদেনৰ ৪৬ শতাংশই ভাৰতৰ বিশেষ বাৰ্তা, ১১ জুনঃ ডিজিটেল লেনদেনত বিশ্বৰ শীর্ষ ৰেংকিঙত ভাৰত ৷ ২০২২ চনত ডিজিটেল লেনদেনৰ বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতে শীর্ষস্থান লাভ কৰাই নহয়, বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশই ভাৰতৰ ৷ ভাৰতৰ পিছত…

আধাসিজা ৰুটী, আধাভজা বেঙেনা

হোমেন বৰগোহাঞি মই অসম সাহিত্য সভাৰ সভাপতি (২০০১–২০০২) হৈ থকা সময়ৰ কথা৷ এবাৰ পাঠশালাত মোৰ লগত হোৱা ‘অন্তৰংগ আলাপ’ত এজন প্রশ্ণকর্তাই মোক সুধিছিল– ‘আপোনাক যদি আপোনাৰ জীৱনৰ এসাঁজ স্মৰণীয় খোৱাৰ কথা ক’বলৈ কোৱা হয়, তেতিয়া কোনসাঁজ খোৱাৰ কথা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ দেওবাৰঃ তিথি–কৃষ্ণা অষ্টমী, নক্ষত্রঃ ব্বর্বভাদ্রপদ, যাত্রাঃ নাই মেষঃ উন্নত পৰিৱেশ ৷ প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে ৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক ৷ শুভ ৰং…

২২ জুনৰ পৰা অম্বুবাচী মেলা, দেৱালয় কৰ্তৃপক্ষৰ নিৰ্দেশনাৱলী জাৰি

🔷 অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হব ২২ জুনৰ ৰাতি ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত বিশেষ বাৰ্তা, ১০ জুনঃ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হব অম্বুবাচী মেলা। এইবাৰ অম্বুবাচী মেলাৰ প্ৰবৃত্তি আৰম্ভ হব ২২ জুনৰ ৰাতি ২ বাজি ৩০…

কানাই-শ্বাহৰ নেতৃত্বত উজনি অসমজুৰি প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল

📌 অ' এন জি চিত গাড়ী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰেৰে সৰকালে তিনি কোটি টকা 📌 সৰ্বস্বান্ত শতাধিক পৰিয়াল, সম্পত্তি বিক্ৰী কৰি কানাই বাহিনীক আদায় দিছিল ধন 📌 আৰক্ষীৰ জালত কানাই-শ্বাহ, সদৰ থানা চৌহদৰ পৰা পলায়ন কানাইৰ প্ৰৱঞ্চক ভাতৃ কৃষ্ণৰ নিয়মীয়া…

শিলসাঁকোত যুযুধান স্থিতি

📌 জৰীপ চলাবলৈ যোৱা দলক প্ৰতিবাদকাৰীৰ বাধা বিশেষ বাৰ্তা, ১০ জুনঃ এফালে আৰক্ষীৰ সমৰসজ্জা আৰু আনফালে প্রতিবাদকাৰীৰ যুযুধান স্থিতি ৷ আজি পুৱাৰে পৰা এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ অন্যতম বিবদমান এলেকা শিলসাঁকোত ৷ কালি কামৰূপ (মহানগৰ)…

ধুৰন্ধৰ ঠিকাদাৰ লোহিত গগৈয়ে জালিয়াতিৰে নিৰ্মাণ কৰা বি এড কলেজৰ নৱনিৰ্মিত ভৱনত হাতুৰীৰ কোব

নিয়মীয়া বাৰ্তা, ১০ জুনঃ আঠ বছৰৰ পুৰ্বে ৰজাদিনীয়া দুৱৰণী আলি আৰু জোলাগাৱৰ মূল পথ পকীকৰণৰ নামত অভিলেখসংখ্যক জালিয়াতিত লিপ্ত হোৱা লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ লোহিত গগৈয়ে নিৰ্মাণ কৰা বেতবাৰীৰ বি এড কলেজৰ বিসংগতিপুৰ্ণ নিৰ্মাণকাৰ্য্যই শেহতীয়াকৈ…

টেষ্ট বিশ্বকাপৰ ফাইনেলত অভিলেখ জাদেজাৰ

🏏 ৪৩ বছৰীয়া অভিলেখ ভাঙিলে ভাৰতীয় অলৰাউণ্ডাৰে বিশেষ বাৰ্তা, ১০ জুনঃ টেষ্ট বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দল বিপর্যয়ৰ সন্মুখীন হ’লেও এক অভিলেখ গঢ়িছে ৰবীন্দ্র জাদেজাই ৷ টেষ্ট ক্রিকেটত প্রাক্তন ক্রিকেটাৰ বিষেন সিং বেদীৰ এটি অভিলেখ ভংগ কৰিছে…