নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ পোৰবন্দৰত ইছলামিক ষ্টেটৰ ঘাটি উৎখাত

📌 মহিলাসহ ৪ আইছিছ কর্মীক গ্রেপ্তাৰ এটিএছৰ বিশেষ বাৰ্তা, ১০ জুনঃ গুজৰাট আৰক্ষীৰ সন্ত্রাসবিৰোধী স্কোৱাড (এটিএছ)–এ ৰাজ্যখনৰ উপকূলীয় চহৰ পোৰবন্দৰত ইছলামিক ষ্টেটৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷ এ টি এছে অভিযান চলাই কাশ্মীৰৰ পৰা অহা তিনি যুৱক…

দক্ষিণ শালমাৰাৰ বন্দীহানা মাজেৰচৰ ৰোডৰ পকী দলং নিৰ্মাণৰ কামত ব্যাপক অনিয়ম

নিয়মীয়া বাৰ্তা, ১০ জুনঃ নামনি অসমৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বন্দীহানা মাজেৰচৰ ৰোডৰ এখন পকী দলঙৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনকি বিগত প্ৰায় চাৰি বছৰে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাক কেন্দ্ৰ কৰি…

অৰুণাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত হতাহত ৯

বিশেষ বাৰ্তা, ১০ জুনঃ অৰুণাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। গোডাক-ৰাগা পথত হোৱা ভূমিস্খলনত এখন যাত্ৰীবাহী ছুমো পোত যায় । ঘটনাত ছুমো চালকজন গুৰুতৰভাৱে আহত হয়। কমলে জিলাৰ গোডাক-ৰাগা পথত হোৱা ভূমিস্খলনৰ ঘটনাত ৪জন লোক নিহত হোৱাৰ লগতে ৫জন…

নীতিন খাড়েৰ মূল ইংৰাজী উপন্যাসৰ অসমীয়া অনুবাদ গ্ৰন্থ “এটা চোৰাং চিকাৰীৰ সন্ধানত” উন্মোচন

নিয়মীয়া বাৰ্তা, ১০ জুনঃ আজি গুৱাহাটীৰ ৰুক্মিণী নগৰস্থিত "হোটেল শ্বুলিন গ্ৰেণ্ড"ৰ সভাগৃহত বিয়লি ৩:৩০ বজাত আয়োজন কৰা এখন গ্ৰন্থ উন্মোচনী সভাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ উচ্চপদস্থ বিষয়া নীতিন খাড়েৰ মূল ইংৰাজী ভাষাত লিখা কাজিৰঙা বিষয়ক চিত্ৰসম্বলিত…

গুৱাহাটীৰ গণেশগুৰিৰ দুৰ্ঘটনাঃ চতিয়াৰ পৰা এ কে কনষ্ট্ৰাকচনৰ লগত জড়িত পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ জুনঃ গুৱাহাটীৰ গণেশগুৰিত সংঘটিত পথ দুৰ্ঘটনাত কৰুণভাৱে  প্ৰিয়া কুমাৰীৰ নামৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাব লগা হোৱাৰ পিছত মহানগৰ আৰক্ষীয়ে দোষীক  ধৰিবলৈ তৎপৰ হৈ পৰা দেখা গৈছে ৷ মহানগৰ আৰক্ষীয়ে ইতিমধ্যে ৰাজপথত গাঁত খন্দা এ কে…

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে কমিটী গঠন

বিশেষ বাৰ্তা, ১০ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰই ৰাজ্যপালৰ নেতৃত্বত মণিপুৰত এখন সমিতি গঠন কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি নিৰ্মাণ প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে সংঘাতপূৰ্ণ পক্ষৰ মাজত আলোচনাৰ সূচনা কৰিছে।…

শৰ্মিষ্ঠা প্ৰীতমলৈ সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ আৰ্থিক সাহায্য

বিশেষ বাৰ্তা, ১০ জুনঃ শাৰীৰিকভাৱে অসুস্থ বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমক সদৌ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আজি কিছু আৰ্থিক সাহায্য প্ৰদান কৰা হয়। বিহু উৎসৱৰ ৰাহি হোৱা ধনৰ ১১ হাজাৰ টকা শৰ্মিষ্ঠাক নগাঁৱৰ ফুলগুৰিৰ বাসভৱনত বিহু…

৮০খন শাড়ীৰে ‘হাদ্দি’ত নৱাজুদ্দিন ছিদ্দিকী

বিশেষ বাৰ্তা, ১০ জুনঃ অক্ষত অজয় ​​শৰ্মাৰ ছবি ‘হাদ্দি’ত দেখা যাব বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীক। ছবিখনৰ ফাৰ্ষ্ট লুকত নৱাজুদ্দিনৰ ট্ৰেন্সজেণ্ডাৰ লুক দেখা গৈছে, যিটো চলচ্চিত্ৰপ্ৰেমীয়েও ভাল পাইছে। পোষ্টাৰখনত তেওঁক শাড়ী আৰু গধুৰ গহনা…

কেন্সাৰ ৰোগীৰ বাবে ভাল খবৰ! ইজৰাইলত ৯০ শতাংশৰ সুফল লাভ

বিশেষ বাৰ্তা, ১০ জুনঃ ইজৰাইলৰ জেৰুজালেমত অৱস্থিত হাদাছা ইউনিভাৰ্ছিটী মেডিকেল চেণ্টাৰৰ চিকিৎসা বিশেষজ্ঞসকলে ঘোষণা কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ চিকিৎসাত ৯০ শতাংশ সফলতা লাভ কৰিছে। চিকিৎসা বিশেষজ্ঞসকলে মাল্টিপল মাইল’মা নামৰ কেন্সাৰ চিকিৎসাত…

বকোত অমৃত সৰোবৰ আঁচনি পৰ্যবেক্ষণ কেন্দ্ৰীয় বিষয়ববীয়াৰ

নিয়মীয়া বাৰ্তা, ১০ জুনঃ কামৰূপৰ বকোত শুকুৰবাৰে অমৃত সৰোবৰ আঁচনিৰ ৰূপায়ণৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় বিষয়ববীয়াৰ দল। বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত আলোকজাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা অমৃত সৰোবৰ আঁচনিৰ ৰূপায়ণৰ বুজ…