তিনিচুকীয়াত জিলা পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক
বিশেষ বাৰ্তা, ৯ জুনঃ তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালৰ (ভা.প্ৰ.সে) সভাপতিত্বত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সমগ্ৰ জিলাতে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ তথা পথ দুৰ্ঘটনাজনিত…