বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রথম শতৰান
🏏ট্রেভিছ হেডৰ অনন্য কৃতিত্ব
বিশেষ বাৰ্তা, ৮ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত শতৰান অর্জন কৰিছে ট্রেভিছ হেডে ৷ এই কৃতিত্ব অর্জন কৰা তেৱেঁই প্রথমগৰাকী বেটাৰ ৷ যোৱাবাৰ ফাইনেলত ভাৰত আৰু নিউজিলেণ্ড মুখামুখি হৈছিল ৷ সেই মেচখনত কোনেও শতৰান…