ঢকুৱাখনাত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে কণ কণ শিক্ষাৰ্থীৰ যাতায়াত
📌 নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ -জনপ্ৰতিনিধি
নিয়মীয়া বাৰ্তা, ৯ জুনঃ ঢকুৱাখনা সমষ্টিৰ মৰনৈ পঞ্চায়তৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে উদঙাইছে শাসনাধিষ্ঠিত চৰকাৰখনৰ উন্নয়নৰ নমুনা। এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়াত কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰী,…