ৰঙিয়ালৈ সুনাম কঢ়িয়ালে নন্দিনীয়ে
বিশেষ বাৰ্তা, ৬ জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ ভৱেন নাথ আৰু প্ৰণীতা দেৱীৰ জীয়ৰী নন্দিনী নাথ ৮৩ শতাংশ নম্বৰেৰে উজলি উঠিছে। দৰিদ্ৰতাৰ মাজতো নিজৰ পঢ়া-শুনা আগবঢ়াই নিয়া নন্দিনীয়ে তিনিটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ…