নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত নিষিদ্ধ কুকুৰৰ মাংস

বিশেষ বাৰ্তা, ৭ জুনঃ গৌহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা বিচাৰপীঠে নাগালেণ্ড চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে এক ডাঙৰ ৰায় প্ৰদান কৰিছে। দৰাচলতে এই ৰায়ৰ দ্বাৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিছে, য’ত কুকুৰৰ ব্যৱসায়িক আমদানি, ইয়াৰ বজাৰ, ইয়াৰ মাংস…

ৰন্ধন গেছভৰ্তি টেংকাৰ বাগৰি সোণাপুৰত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : সোণাপুৰ থানাৰ অন্তৰ্গত পাটৰকুছিৰ ৩৭নং ৰাষ্ট্ৰীয় পথত আজি পুৱাৰ ভাগত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে এখন গেছভৰ্তি টেংকাৰ। গুৱাহাটীৰ পৰা উজনি অভিমুখি AS 01 FC 5453 নম্বৰৰ গেছ পৰিবাহী বাহন খন যোৰাবাটৰ অকোৱা পকোৱা…

এমাহে সন্ধানহীন বকোৰ বোৱাৰী ছমইনা ৰাভা : স্বামীগৃহত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত হালধিপাৰা গাঁৱৰ এগৰাকী বোৱাৰী বিগত যোৱা ১০ মে'ৰ পৰা সন্ধানহীন হৈ আছে। এই ক্ষেত্ৰত সন্ধানহীন মহিলা গৰাকীৰ স্বামী দিগন্ত ৰাভাৰ গৃহত হাহাকাৰ লাগিছে। ইফালে দিগন্ত ৰাভাৰ পত্নী ছমইনা ৰাভা…

কিশোৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী মৰিগাঁৱৰ দিলদাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱত এগৰাকী ১২ বছৰীয়া কিশোৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হল এজন ২০ বছৰীয়া যুৱক। উল্লেখ্য যে, যোৱা ৩০ মে'ত ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিপাৰা জংঘল গাঁৱৰ ১২ বছৰীয়া কিশোৰী নিৰুদ্দেশ হৈছিল। কিশোৰগৰাকীৰ…

সোণাপুৰৰ পাটৰকুছিত ৰাজপথত বাগৰিল ৰন্ধন গেছভৰ্তি টেংকাৰ

বিশেষ বাৰ্তা, ৭ জুনঃ সোণাপুৰৰ পাটৰকুছিত ভয়ংকৰ ঘটনা। ৰাজপথত বাগৰিল ৰন্ধন গেছভৰ্তি টেংকাৰ। দুৰ্ঘটনাগ্ৰস্ত গেছ পৰিবাহী বাহনৰ অহৰহ নিৰ্গত হৈছে গেছ। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা। ইফালে টেংকাৰখনৰ কাষেৰে অহা-যোৱা কৰি আছে বিভিন্নজন। যাৰ…

শ্ৰীৰাম জন্মভূমিক লৈ কিয় ইমান ঈৰ্ষা কংগ্ৰেছৰ : বিজেপি নেতা

বিশেষ বাৰ্তা, ৭ জুনঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়ত ৰাম-হনুমান আৰু মন্দিৰ সন্দৰ্ভত শেহতীয়াকৈ দলৰ জ্যেষ্ঠ নেতা ছেম পিট্ৰ’ডাই দিয়া বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ৫ জুনত বিজেপিক আক্ৰমণ কৰিবলৈ ছেম পিট্ৰ’ডাই…

সম্পাদকীয় : চৰকাৰী বঁটা–বাহন

নাগৰিকসকলক চৰকাৰে নিজৰ ফলীয়া কৰিবলৈ আৰু চৰকাৰৰ কাম–কাজক দ্বিধাহীনভাৱে প্রশংসা কৰিবলৈ কিছুমান বঁটা–বাহন আদি দিয়ে বুলি এটা বাক্ধাৰা সৃষ্টি কৰিবলৈ সদায়েই এচাম লোক তৎপৰ হৈ থাকে৷ ইয়াৰ এটা কাৰণো নথকা নহয়৷ ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত যেতিয়া…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ জুন, জেঠ মাহৰ ২৩ তাৰিখ বুধবাৰঃ তিথি–কৃষ্ণা চতুর্থী, নক্ষত্রঃ উত্তৰাষাঢ়া, যাত্রাঃ নাই মেষঃ ব্যৱসায়ত মধ্যম ফল পাব৷ কর্মক্ষেত্রত জটিলতা কমিব৷ বিদ্যাত আশা দেখিলেও বাধা পাব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ…

জনজাতিকৰণক লৈ খানাপাৰাত বৈঠক মন্ত্রী পীযুষ হাজৰিকা-ৰণোজ পেগুৰ

বিশেষ বাৰ্তা, ৬ জুনঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দীর্ঘদিনৰ পৰা উত্থাপিত দাবীক লৈ বর্তমানৰ জনজাতীয় সংগঠনে আপত্তি দৰ্শাই আহিছে৷ বিশেষকৈ আহোম জনগোষ্ঠীৰ জনজাতিকৰণক মুকলিকৈ আপত্তি তুলিছে সদৌ অসম ট্রাইবেল সংঘই। অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী…

কাইলৈৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ : বিজয়ৰ লক্ষ্যৰে অভেলত যুঁজিব ৰোহিত বাহিনী

বিশেষ বাৰ্তা, ৬ জুনঃ অধিনায়ক হিচাপে দেশক প্রথম আইচিচি ট্রফী উপহাৰ দিবলৈ বদ্ধপৰিকৰ ৰোহিত শর্মা৷ তেওঁ কয় যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নমাৰ বাবে উদগ্রীব হৈ আছে ভাৰতীয় দল৷ অতীতৰ পৰা শিক্ষা গ্রহণ কৰি কাইলৈ অ’ভেলত নামিব টীম ইণ্ডিয়া৷…