উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ দ্বিতীয় স্থানত তেজপুৰৰ দিয়া মহন্ত
বাৰ্তা ব্যুৰ', ৬ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ একাডেমীৰ পৰা দ্বিতীয় স্থানেৰে জিলিকি উঠিল তেজপুৰৰ ঊষানগৰৰ ১৪ উপপথ নিবাসী প্ৰয়াত ব্যৱসায়ী হেমেন্দ্ৰ নাৰায়ণ মহন্ত (দিপ্লু) আৰু লিপিকা…