নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় সংস্থা ডিআৰডিঅ’ত একাধিক খালী পদ

কেন্দ্রীয় সংস্থা ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডিআৰডিঅ’)ত বিভিন্ন বিভাগত একাধিক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ সংস্থাৰ ৱেবছাইটত এই বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ সকলো পদত চুক্তিভিত্তিক নিয়োগ হ’ব আৰু নির্দিষ্ট সময়ৰ বাবে…

ভাৰতীয় ৰে’লত খালী পদৰ বিজ্ঞাপন

ভাৰতীয় ৰে’ল বিভাগৰ তৰফৰ পৰা ২০গৰাকী শিক্ষা নবীচ নিয়োগ কৰা হ’ব৷ ভাৰতীয় ৰে’ল বিভাগৰ অধীনত কর্মৰত প্রতিষ্ঠান ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিকছ ছার্ভিচ (আৰআইটিইএছ)ৰ তৰফৰ পৰা বিজ্ঞপ্তি প্রকাশ কৰা হৈছে৷ ইয়াৰ ভিতৰত দুগৰাকী বিশেষভাৱে সক্ষম স্নাতক…

জৱাহৰ নৱোদয় বিদ্যালয়ত ৩২১টা শিক্ষক পদৰ বাবে বিজ্ঞাপন

দেশজুৰি মুঠ ৬৬১টা কেন্দ্র আছে জৱাহৰ নৱোদয় বিদ্যালয় সমিতিৰ৷ ইয়াৰে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডসহ মুঠ ৮৫টা কেন্দ্রৰ আঞ্চলিক কার্যালয় আছে পাটনাত৷ ২০২৩–২৪ বর্ষৰ বাবে পাটনা কেন্দ্রৰ এই ৰাজ্যকেইখনত নিয়োগ কৰা হ’ব শিক্ষক৷ সেই অনুসৰি পাটনাৰ জৱাহৰ নৱোদয়…

সশস্ত্র সীমা বাহিনীত ৫৪৩ চাকৰিৰ আবেদন

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত পৰিচালিত সশস্ত্র সীমা বাহিনী(Sashastra Seema Bal)ত মুকলি হৈছেConstableৰ ৫৪৩ পদ৷ অর্হতাসম্পন্ন পুৰুষ/মহিলা শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰিSSBৰCommandant (Rectt.)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ…

ভাৰতীয় ডাক বিভাগত ১২,৮২৮ চাকৰি

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় ডাক বিভাগ(Department of Posts)ত খালী হৈছেGramin Dak Sevak (GDS)/Branch Postmaster (BPM)/Assistant Branch Postmaster (ABPM)/Dak Sevakৰ ১২,৮২৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান…

গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৩ পদ খালী

অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ জনগণৰ আইন সম্পর্কীয় আলোচনা–নিষ্পত্তিৰ একমাত্র উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছেGrade-I of Assam Judicial Service ১৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিGauhati High Court,…

কার্বি আংলং জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়ত ৪ পদৰ আবেদন

কার্বি আংলং জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়(O/o the Chief Judicial Magistrate, Karbi Anglong, Diphu)ত খালী হৈছেPeon (3) আৰু Chowkidar (1)ৰ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মুখ্য ন্যায়িক দণ্ডাধীশে এক নিয়োগ বিজ্ঞাপন…

বকোৰ শিংৰাত মালবাহী ৰে’লৰ দবা লাইনচ্যুত

নিয়মীয়া বাৰ্তা, ৭ জুনঃ বকোৰ শিংৰাত এখন মালবাহী ৰেল লাইনচ্যুত হয়। মালবাহী ৰে'লখনৰ ১৫টাৰো অধিক কয়লাভৰ্তি দবা লাইনচ্যুত হয়। মালবাহী ৰে'লখনত ৬০টা দবা আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে ৰে'লৱে বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ…

দিল্লীৰ শিক্ষামন্ত্ৰীক লণ্ডন ভ্ৰমণৰ আনুষ্ঠানিক অনুমতি কেন্দ্ৰৰ

বিশেষ বাৰ্তা, ৭ জুনঃ কেন্দ্ৰই আজি দিল্লী উচ্চ ন্যায়ালয়ক জনাইছে যে অহা সপ্তাহত আনুষ্ঠানিক ভ্ৰমণৰ বাবে লণ্ডনলৈ যাবলৈ দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীক অনুমতি প্ৰদান কৰিছে। কেন্দ্ৰৰ অধিবক্তাই কয় যে এই প্ৰস্তাৱ অধিক অনুমোদনৰ বাবে অৰ্থনৈতিক…

আৰব সাগৰত ঘূৰ্ণি বতাহৰ ফলত উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ৭ জুনঃ আৰব সাগৰত ঘূৰ্ণি বতাহৰ ফলত কেৰালাত বৰষুণ। বতৰ বিজ্ঞান বিভাগৰ মতে, বাৰিষাৰ কেৰালাত প্ৰৱেশৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলো ঠিকে থাকিলে শুকুৰবাৰে দক্ষিণ ভাৰতত প্ৰৱেশ কৰিব মৌচুমীয়ে। আৰব সাগৰত আঘাত হানিছে বিপৰ্যয়…