নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিটা স্থান দখলেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

📌 সপ্তম স্থানত কস্মিতা, অষ্টম স্থানত প্ৰতীক্ষা-দৃষ্টি, নৱম স্থানত কাব্যশ্ৰী নিয়মীয়া বাৰ্তা, ৬ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ দুগৰাকীকৈ কৃতী শিক্ষাৰ্থীয়ে স্থান দখল কৰাৰ সমান্তৰালকৈ আজি ঘোষিত উচ্চতৰ…

যোৰহাট পূব ৰাজহ চক্ৰত বাল্য বিবাহ বিষয়ক সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৬জুনঃ আজি যোৰহাট পূব ৰাজহ চক্ৰৰ সভাগৃহত বাল্য বিবাহ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়।ৰাজহ চক্ৰটোৰ চক্ৰ বিষয়া দেৱাহুতি ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জিলাখনৰ কেইবাখনো আৰক্ষী চকীৰ বিষয়া,গাঁওপ্ৰধানসকলৰ উপস্থিতিত বাল্য বিবাহৰ…

ৰে’লৱে বিভাগৰ ডি আৰ এমক সাক্ষাৎ বিধায়ক-শিৱসেনা নেতাৰ

নিয়মীয়া বাৰ্তা, ৬ জুন: কোকৰাঝাৰ-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী তথা চিৰাং জিলাৰ অন্তৰ্গত বাসুগাঁও চহৰ । অতি গুৰুত্বপূৰ্ণ চহৰখনৰ ৰেলৱে ষ্টেচনত দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত আজি ৰেলৱে বোৰ্ডৰ সদস্য তথা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত…

বিজ্ঞান শাখাত পঞ্চম স্থানেৰে সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে গৌৰাংজিতে

বিশেষ বাৰ্তা, ৭ জুনঃ আজি ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰি চৰাইদেউ জিলালৈ গৈৰৱ কঢ়িয়াই আনিলে সোণাৰি এলিট একাডেমী জুনিয়ৰ কলেজৰ এজন সুযােগ্য ছাত্রই । সোণাৰি নগৰৰ ১৩ নং ৱাৰ্ড ৰজাঢাপৰ…

যোৰহাটত ৮০গৰাকীক কাৰাটেৰ বেল্ট-সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৬ জুন: কেকেআইএফ, অ'এমএ'এ' আৰু ডব্লিউএফএচকেঅ'ৰ অধীনৰ প্রায় ৮০গৰাকী খেলুৱৈক কাৰাটেৰ ৰঙীন বেল্ট প্রদান কৰা হয় । তদুপলক্ষে যোৰহাট জিলা ক্রীড়া সন্থাৰ কর্মাচিয়েল কমপ্লেক্সত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় । কাৰাটেৰ…

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত দশম স্থান ধুবুৰীৰ নবীন শ্বাৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত দশম স্থান লাভ কৰি উজলিলে ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নবীন শ্বা। ধুবুৰীৰ গৌৰীপুৰৰ বাসিন্দা ছাত্ৰগৰাকীৰ পিতৃ নন্দ দুলাল শ্বা এগৰাকী অৱসৰী…

মাৰ্ঘেৰিটাত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবুক আটক

নিয়মীয়া বাৰ্তা, ৬ জুনঃ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবু ছেত্ৰীক আটক। মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মাৰ্ঘেৰিটা ইউ'ক বেংকৰ সমীপত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজকুমাৰ ছেত্ৰী ওৰফে শিবুক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ…

৩২ বছৰ পিছত ৰাজনীতিকক যাৱজ্জীৱন কাৰাদণ্ড

📌 হত্যাৰ গোচৰৰ ৰায়দান বিশেষ বাৰ্তা, ৬ জুনঃ ৩২ বছৰ পিছত হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈছে উত্তৰ প্রদেশৰ কাৰাবন্দী গেংষ্টাৰ মুখতাৰ আনছাৰি ৷ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনোৱা হৈছে পাঁচবাৰৰ বাহুবলী বিধায়কগৰাকীক ৷ ৯০ৰ দশকত উত্তৰ প্রদেশৰ কংগ্রেছ নেতা…

মণিপুৰত জ্বলিল বিধায়কৰ ঘৰসহ বহু বাসগৃহ

📌 যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ম্যানমাৰৰ পৰা অহা কুকি উগ্রপন্থীৰ তাণ্ডৱ বিশেষ বাৰ্তা, ৬ জুনঃ পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ ৷ উত্তৰ–পূবৰ ৰাজ্যখনৰ ককচিং জিলাৰ ছুগনুত নতুনকৈ সংঘর্ষৰ সৃষ্টি হৈছে ৷ কুকি জনগোষ্ঠীয় বিদ্রোহীয়ে অঞ্চলটোত স্থানীয়…

শিক্ষার্থীক বিহ খুৱাই হত্যাৰ চেষ্টাঃ ৮০ ছাত্রীক হাস্পতালত ভর্তি

📌 ইৰানৰ পাছত তালিবানশাসিত আফগানিস্তানত শিহৰণকাৰী ঘটনা বিশেষ বাৰ্তা, ৬ জুনঃ ইৰানৰ দৰে আফগানিস্তানতো স্কুলীয়া ছাত্রীসকলক বিহ খুৱাই হত্যাৰ চেষ্টা চলোৱা হৈছে ৷ তালিবানশাসিত দেশখনত শেহতীয়াকৈ অভিযোগ উত্থাপন হৈছে ৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি,…