ধুবুৰীৰ মেলা ময়দানৰ কদৰ্য পৰিৱেশ : গদাধৰক প্ৰদূষিত কৰাৰ আশংকা
নিয়মীয়া বাৰ্তা, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধুবুৰীত ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্য্যসূচীৰ মাজতে চহৰখনৰ পাৰ্শ্বৱৰ্তী মেলা ময়দানৰ অতি কদৰ্য্যময় পৰিৱেশৰ বিষয়টো আঙুলিয়াই দিয়া পোৱা গৈছে একাংশ সচেতন ৰাইজে। উল্লেখ্য যে, ঐতিহ্যমণ্ডিত…