নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইফা–২০২৩ঃ শ্রেষ্ঠ অভিনেতা ঋত্বিক ৰোচন, অভিনেত্রী আলিয়া ভাট

🔷 ভাৰতীয় চিনেমালৈ অনবদ্য অৱদানৰ বাবে কমল হাছানক বঁটা 🔷শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী অৰিজিৎ সিং, মহিলা কণ্ঠশিল্পী শ্রেয়া ঘোষাল বিশেষ বাৰ্তা, ২৮ মেঃ আবুধাবিত আয়োজিত বর্ণাঢ্য কার্যসূচীত ইণ্টাৰনেচনেল ইণ্ডিয়ান একাডেমী এৱার্ড চমুকৈ আইফা–২০২৩ ঘোষণা…

বদ্ৰীনাথ মন্দিৰ ভ্ৰমণ বলীউডৰ খিলাড়ী বয় অক্ষয় কুমাৰৰ

বিশেষ বাৰ্তা, ২৮ মেঃ কিছুদিন পূৰ্বে অক্ষয় কুমাৰে কেদাৰনাথ মন্দিৰ ভ্ৰমণ কৰিবলৈ উপস্থিত হৈছিল। তেওঁ ইয়াৰ ছবি আৰু ভিডিঅ’শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছত দেওবাৰে অভিনেতাগৰাকীৰ বদ্ৰীনাথ মন্দিৰ ভ্ৰমণৰ ছবি ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই…

বালিপৰাত বড়ো ভাষা প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন

🔴উচ্চতৰ মাধ্যমিকৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ'বঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু নিয়মীয়া বাৰ্তা, ২৮ মেঃ শোণিতপুৰৰ বালিপৰাত আজি উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু । পেগুৱে দিনৰ প্ৰায় ১:৩০ বজাত ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ ঘোঁৰামাৰীৰ ঢেকীদল…

তিনিচুকীয়া সাংবাদিক চ’ৰাৰ দশম অধিৱেশন সম্পন্ন

বিশেষ বাৰ্তা, ২৮ মেঃ  তিনিচুকীয়াৰ সংবাদকৰ্মীসকলৰ মূল সংগঠন তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আজি পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া চহৰত অৱস্থিত নিজা কাৰ্যালয়ত দশম অধিৱেশন অনুষ্ঠিত হয় ৷ তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সম্পাদক প্ৰণৱ ফুকনে আঁত ধৰা…

কৰিমগঞ্জত প্ৰধানমন্ত্ৰীৰ মন কী বাতত অংশগ্ৰহণ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৮ মেঃ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০১সংখ্যক মন কী বাত অনুষ্ঠান সম্বোধন কৰে। দেশবাসীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। দেশৰ লগতে ৰাজ্যতো এই অনুষ্ঠানত সকলোৱে ভাগ লয়। ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ লগতে সকলো শ্ৰেণীৰ লোকে মন কী বাত…

লাহৰীঘাটত দুই চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ মে: মৰিগাঁৱৰ লাহৰীঘাটত অব্যাহত আছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চাইবাৰ অপৰাধত ব্যৱহৃত বৃহৎ পৰিমাণৰ সা-সামগ্ৰীসহ লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক। লাহৰীঘাট থানাৰ অন্তৰ্গত তিতাতলা…

জানো আহক দেশবাসীৰ বাবে উছৰ্গিত নতুন সংসদ ভৱনৰ বিশেষত্ব কি

বিশেষ বাৰ্তা, ২৮ মেঃ আজি নতুন সংসদ ভৱন উদ্বোধন কৰি দেশৰ বাবে উছৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে ৭৫ টকীয়া মুদ্ৰা আৰু এটা বিশেষ স্মৃতিচাৰণ ডাক টিকটো মুকলি কৰা হয়। পিছে পুৰণি অট্টালিকাতকৈ নতুন সংসদ বহু দিশত পৃথক। নতুন সংসদ…

কৰিমগঞ্জৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৮ মেঃ বিজেপিৰ কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই আজি কৰিমগঞ্জৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰে। সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰাৰ লগতে আজি সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানতো অংশগ্ৰহণ কৰে। সীমান্ত ভ্ৰমণ কৰি…

৪৫ কোটি টকাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান পথ নিৰ্মাণৰ শুভ উদ্বোধন ফণীধৰ তালুকদাৰৰ

নিয়মীয়া বাৰ্তা, ২৮ মে': অৱশেষত প্ৰতিশ্ৰুতি পুৰণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে । যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভৱানীপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি…

আই আই আৰ এফৰ বিশ্ববিদ্যালয় ৰেংকিং ২০২৩: শীর্ষ ২০ত অসমৰ দুই বিশ্ববিদ্যালয়

চতুর্দশ স্থানত তেজপুৰ বিশ্ববিদ্যালয়, ১৯সংখ্যক স্থানত অসম বিশ্ববিদ্যালয় দেশৰ শীর্ষত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় নিয়মীয়া বাৰ্তা, ২৮ মে': দেশৰ শৈক্ষিক খণ্ডত উজলি উঠিছে অসমৰ দুখনকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৬খন বিশ্ববিদ্যালয়৷ ইণ্ডিয়ান…