নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত জোনাকী মেলঃ মৰণোত্তৰভাৱে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ “সত্ৰীয়া সূৰ্য বঁটা”

🔷 ভাৰত ভূষণ দেৱচৌধুৰীলৈ "বজালী গৌৰৱ বঁটা" নিয়মীয়া বাৰ্তা, ২৭ মেঃ বৃহত্তৰ বজালীৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ অন্যতম অনুষ্ঠান জোনাকী মেলৰ অহা ৫ জুনত অনুষ্ঠিতব্য এই মাহৰ মেলৰ সতে সংগতি ৰাখি অনুষ্ঠিতব্য সভাত বৰপেটা সত্ৰৰ প্ৰয়াত…

হিংসা অধ্যুষিত মণিপুৰলৈ দেশ সেনাপ্ৰধান মনোজ পাণ্ডে

বিশেষ বাৰ্তা, ২৭ মেঃ দেশৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই মণিপুৰ ভ্ৰমণ কৰি হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিব। সেনাপ্ৰধানগৰাকীৰ দুদিনীয়া ভ্ৰমণৰ সময়ত সেনাপ্ৰধানগৰাকীৰ সৈতে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অধিনায়ক…

শিৱসাগৰত বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ মেঃ পত্নীৰ নামত গ্ৰাম্য সুৰাৰ অনুজ্ঞা-পত্ৰ লৈ দীৰ্ঘ সময় ধৰি ঐতিহ্যমণ্ডিত মেটেকা ৰাংচলীয়া গাঁৱত অৱৈধভাৱে বিদেশী সুৰাৰ ঘাটি গঢ়ি তোলা কুখ্যাত সুৰা মাফিয়া মইনা ভৰালীৰ অবৈধ ঘাটিত অৱশেষত চলিল জয়সাগৰ আৰক্ষীৰ অভিযান ৷…

হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ-২০২৩ৰ সামৰণি

নিময়ীয়া বাৰ্তা, ২৭ মে : হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ "বিশ্ববিদ্যালয় সপ্তাহ-২০২৩ বঁটা বিতৰণী অনুষ্ঠানটি ২৬ মেত আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। যোৱা ২৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে তৰ্ক, সাহিত্য আৰু…

কৰিমগঞ্জত বিজেপিৰ মণ্ডল কাৰ্যনিৰ্বাহক সভাত ৰঞ্জিত ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ২৭ মেঃ আজি বিজেপিৰ কৰিমগঞ্জ জিলাৰ দুল্লভছড়া মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য। সভাত উপস্থিত থাকি তেওঁ দলৰ কাৰ্যকর্তাসকলক সম্বোধন কৰে। লগতে আগন্তুক…

পৰমাত্মাৰ সৈতে আত্মা বিলীন হোৱাৰ প্ৰক্ৰিয়াই হৈছে আধ্যাত্মিকতাবাদঃ শিৱসাগৰত ড০ সব্যসাচী মহন্ত

নিয়মীয়া বাৰ্তা, ২৭ মেঃ শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত এদিনীয়াকৈ অনুষ্ঠিত হয় আধ্যাত্মিক সন্মিলন। এই আধ্যাত্মিক সন্মিলনৰ নিশা অস্থায়ী মঞ্চত অনুষ্ঠিত হয় দস্যু ৰত্নাকৰৰ বাল্মিকী তত্ত্ব লাভ শীৰ্ষক ভাওনাখনি ৷ এই ভাওনা উদ্বোধন কৰি ৰাজ্যখনৰ বিশিষ্ট…

দুখীয়া মেধাৱী ছাত্ৰী মধুস্মিতাৰ পঢ়াৰ খৰচ বহন কৰিব বৰপেটা জিলা শিক্ষা বিষয়াই

নিয়মীয়া বাৰ্তা, ২৭ মেঃ সৰুপেটাৰ গাতে লাগি থকা চাপাৰবড়ী গাঁৱৰ দুখীয়া মেধাৱী ছাত্ৰী মধুস্মিতা বায়নৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষলৈকে পঢ়াৰ সমুদায় খৰচ বহন কৰিব শিক্ষা বিষয়া তথা বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে।…

তিনিচুকীয়াত ধাৰাবাহিক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক চাৰি

বিশেষ বাৰ্তা, ২৭ মেঃ তিনিচুকীয়াত আৰক্ষীৰ অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়নুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ সহযোগত তিনিচুকীয়া…

পৱিত্ৰ গংগাৰ অপৱিত্ৰ ছবি : গংগাৰ পানী খোৱাতো বাদেই গা ধোৱাৰো অযোগ্য

বিশেষ বাৰ্তা, ২৭ মেঃ প্লাষ্টিকৰ মোনা, গাখীৰৰ পলিথিন, নদীৰ পাৰত মৃতদেহ জ্বলোৱাই গংগা নদীক অহৰহ প্ৰদূষিত কৰি আছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ ৯৪ টা স্থানৰ…

কাইলৈ নতুন সংসদ ভৱন দেশৰ বাবে উছৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

বিশেষ বাৰ্তা, ২৭ মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুনকৈ নিৰ্মিত সংসদ ভৱন দেশৰ বাবে উচৰ্গা কৰিব। পুৱা ৭:৩০ বজাৰ পৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা আনুষ্ঠানিকভাৱে উদ্বোধন…