নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচিত বেংকৰ অস্থিৰতাক লৈ উদ্বেগ আৰ বি আইৰ গৱৰ্ণৰৰ

বিশেষ বাৰ্তা, ২৯ মেঃ  ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে আজি দেশৰ বেংকসমূহক এক শক্তিশালী বাৰ্তা প্ৰদান কৰি কয় যে যিকোনো ধৰণৰ বিপদৰ পৰা হাত সাৰিবলৈ হ’লে আগতীয়াকৈ সতৰ্কবাণী চিন চিনাক্ত কৰিব লাগিব। অদূৰ ভৱিষ্যতে বিত্তীয় অস্থিৰতা সন্দৰ্ভত…

নতুুন সংসদ ভৱনত ভৰি থব পাই নিজকে ধন্য মানিছোঁ : প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়া

বিশেষ বাৰ্তা, ২৯ মেঃ নতুন দিল্লীত নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই। সেই সময়ছোৱাত ৯১ বছৰীয়া গৌড়াই কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ এক মহান মুহূৰ্তৰ সাক্ষী হোৱাটো তেওঁৰ সৌভাগ্যৰ…

বজালীৰ বদনকুছিত বাঁহৰ গহনা নিৰ্মাণৰ প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৯ মে': বজালী মহকুমাৰ অন্তৰ্গত বদনকুছিত ৩০গৰাকী মহিলাক অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ পৰা বাঁহৰ গহনা নিৰ্মাণৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু…

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবীত গোলাঘাটত অসমীয়া যুৱ মঞ্চৰ মুণ্ডন

বাৰ্তা ব্যুৰো, ২৯ মেঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ঘটনাৰ উচিত তদন্তৰ দাবীৰে আজি গোলাঘাট নগৰৰ মাজমজিয়াত অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে। মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ কৰা যুৱ…

শিৱসাগৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ত কৰ্মচাৰীৰ মইমতালি

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মেধা-দক্ষতাৰ ভিত্তিত এটকাও খৰচ নোহোৱাকৈ চৰকাৰী নিযুক্তি প্ৰদান কৰা যুৱক-যুৱতীসকলৰ পৰা শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ…

ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

🔴অসম আৰু অসমীয়াৰ স্বাধিকাৰ সুৰক্ষিত কৰাৰ সংকল্প। 🔴অসমৰ ৰাজনীতিত অনন্য শক্তিত পৰিণত হব অগপঃ সভাপতি অতুল বৰা 🔴অগপৰ সাংগঠনিক ভেটি প্ৰতিটো স্তৰতে শক্তিশালী কৰিবলৈ দলীয় কৰ্মীক আহ্বান। 🔴 জালুকবাৰীৰ দুৰ্ঘটনাত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। বিশেষ…

ভিজিলেঞ্চৰ জালত জালাহ পহৰা আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক গণেশ বৰ্মন

নিয়মীয়া বাৰ্তা, ২৯ মে' : বাক্সা জিলাৰ জালাহ পহৰা আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক গনেশ বৰ্মণে এইবাৰ হাত দাঙিলে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত।দিলদাৰ হুছেইন নামৰ ব্যক্তি এজনৰ পৰা গোচৰ মীমাংসাৰ বাবদ ২৮ লাখ টকা উৎকোচ বিছাৰিছিল। আজি ৪০ হাজাৰ প্ৰথম কিস্তি…

বিলাসীপাৰাত ভিজিলেঞ্চৰ জালত আৰক্ষী বিষয়া-গৃহৰক্ষী জোৱান

নিয়মীয়া বাৰ্তা, ২৯ মেঃ 👉 বিলাসীপাৰাত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ আকস্মিক অভিযান। 👉 অভিযানত আটক বিলাসীপাৰা থানাৰ 2nd OC দেৱান ৰহিজ উদ্দিন আহমেদ আৰু অনিযুক্ত প্ৰাক্তন গৃহৰক্ষী জোৱান ছমেৰ আলীক। 👉 বিভিন্ন দুৰ্নীতিত লিপ্ত থকাৰ…

অসমৰ পৰা কোচবিহাৰলৈ যাত্ৰা কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ

বিশেষ বাৰ্তা, ২৯ মেঃ আজিৰ উত্তৰ-পূব ভাৰতবাসীৰ বাবে গৌৰৱৰ ক্ষণ। কিয়নো আজি দেশৰ দ্ৰতবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ ৰেলৰ শুভাৰম্ভ কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰ্চুৱেলী ফ্লেগ কৰে বন্দে ভাৰতৰ। ইফালে গুৱাহাটীত বন্দে ভাৰতৰ শুভাৰম্ভ কৰে…

আই পি এল ২০২৩ৰ ফাইনেলঃ  যদি বৰষুণ হয়, কোন হ’ব চেম্পিয়ন !

বিশেষ বাৰ্তা, ২৯ মেঃ আজি ৰিজাৰ্ভ ডে’ত চেন্নাই আৰু গুজৰাটৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৩ৰ চূড়ান্ত খেল। কিন্তু এই দিনটোতো যদি বৰষুণ হয়, তেন্তে চেন্নাই ক্ষতিগ্ৰস্ত হ’ব পাৰে ! অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আই পি এল ২০২৩ৰ চূড়ান্ত…