পানীৰ অভাৱত মাকুমৰ ঐতিহ্যমণ্ডিত নাহৰ ভৱন !
নিয়মীয়া বাৰ্তা , ২৪ মে: তিনিচুকীয়া জিলাৰ মাকুম এক ঐতিহ্যমণ্ডিত স্হান। ৩৭ আৰু ৩৮নং ৰাষ্ট্ৰীয় পথৰ সঙ্গম ক্ষেত্ৰ এই মাকুমেই। ১৯৬২ চনৰ চীনা যুদ্ধৰ সাক্ষী ৰূপেও এই মাকুম পৰিগণিত হৈছে । বন বিভাগৰ অসমৰ একমাত্ৰ বনৰক্ষী আৰু মৃগৰক্ষীৰ প্ৰশিক্ষণ…