নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনেশ পক্ষী সংৰক্ষণৰ ব্যতিক্ৰমী প্ৰয়াস ছিপাঝাৰৰ গোৱালঝাৰবাসীৰ

নিয়মীয়া বাৰ্তা, ২৪ মে' : কোনো ঘন জংঘলত নহয় ছিপাঝাৰৰ এখন গাঁও এতিয়া মুখৰিত হৈ পৰিছে ধনেশ পক্ষীৰ কাকলিৰে। জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰেই জোপোহা গছ- লতিকাৰে পৰিপূৰ্ণ এডোখৰ ঠাই এতিয়া দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ বিচৰণৰ মনোৰম থলীত পৰিণত হৈ পৰিছে।আনকি…

তামুলপুৰৰ দ্বাৰকুছিত ভয়াৱহ পথ দুৰ্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ মে' : তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিত আজি পুৱাৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুর্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে আজি পুৱা ডেফেলী গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ…

বিশ্বনাথত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মাতৃ-পুত্ৰ

বিশেষ বাৰ্তা, ১৪ মেঃ মাতৃ পুত্ৰৰ সাফল্যই এইবাৰ দৃষ্টি কাঢ়িছে বিশ্বনাথবাসীৰ। সদ্য ঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ একেলগে  উত্তীৰ্ণ হৈছে মাতৃ পুত্ৰ। স্বাভাৱিকতে এই খৱৰে ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথৰ গুৱালতলিৰ বৰজাহান…

ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নিকা নিযুক্তিয়ে দৃষ্টিহীন মঞ্জুলাক দিলে পোহৰৰ বাট

নাজিৰাৰ জটকীয়াৰ পৰা আশ্ৰফুৰ ৰহমান, ২৪ মে : জন্মগতভাৱে অন্ধ ৷সেউজীয়া পৃথিৱীখন ছোৱাৰ পৰা বঞ্চিত এগৰাকী যুৱতী ৷ পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ৷ৰং বিৰঙৰ পৃথিৱীখন চোৱাৰ পৰা বঞ্চিত যুৱতী গৰাকীৰ বাবে জন্মান্ধতা আছিল অভিশাপ ৷দৰিদ্ৰ পৰিয়ালটোৰ…

ৰঙিয়াত কলকাতাৰ দক্ষিণেশ্বৰ মন্দিৰৰ আৰ্হিত মনোকামনা মন্দিৰৰ শিলান্যাস

নিয়মীয়া বাৰ্তা, ২৪ মে' : ৰঙিয়াত সাৰ্বজনীন মনোকামনা মন্দিৰৰ শিলান্যাস। ৰঙিয়া নগৰৰ সৰস্বতী কলনিত নিৰ্মাণ হব লগীয়া মনোকামনা মন্দিৰৰ মাংগলিক কাৰ্যসূচীৰে শিলান্যাস কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। কলকাতাৰ দক্ষিণেশ্বৰ…

জুন মাহত অসম-মেঘালয়ৰ বিবদমান এলেকা পৰিভ্ৰমণ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৪ মেঃ অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ হেতু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ড° হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ নেতৃত্বত পৰ্যায়ক্ৰমে আলোচনা অব্যাহত আছে। সেই আলোচনাৰ অংশহিচাপে আজি কইনাধৰাস্থিত ৰাজ্যিক অতিথি শালাত…

কাইলৈ খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণৰ মেগা অনুষ্ঠান

বিশেষ বাৰ্তা, ২৪ মেঃ এক লাখ নিযুক্তিৰ প্ৰদানৰ ক্ষেত্ৰত আৰু এটা ঢাপ আগুৱাবৈল মাজত মাত্ৰ এটা দিন বাকী। কাইলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত ব্যয়বহুল অনুষ্ঠানৰ মেগা নিযুক্তি প্ৰদান কৰা হব। নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্য অতিথি…

জাঁজীৰ পৰা ডিমৌ : আধৰুৱা ফ’ৰলেনত অভাৱনীয় পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ২৪ মেঃ ক্ৰমাত নৰককুণ্ডত পৰিণত হৈছেগৈ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাঁই পথ । শিৱসাগৰ জিলাৰ জাঁজী দলঙৰ পৰা ডিমৌলৈকে নিৰ্মীয়মান অৱস্থাত থকা পথছোৱা বিগত ৪ বছৰৰো অধিক কাল নিয়োজিত পথ নিৰ্মাণকাৰী সংস্থাই  লেহেমীয়া গতিত কাম…

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৪ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীৰ এডমাইৰেল্টি হাউচত আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ এলডাইৰেল্টি হাউচত উপস্থিত হোৱাৰ সময়ত…

ঘিলামৰা জ্যেষ্ঠ নাগৰিক আৰু আঞ্চলিক পেঞ্চনা সন্থাৰ স্থায়ী গৃহৰ আধাৰ শিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২৪ মে’: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা জ্যেষ্ঠ নাগৰিক সন্থা আৰু আঞ্চলিক পেঞ্চনা সন্থাৰ নিজা ভুমি ত দুয়োটা সংগঠনৰ যৌথ উদ্যোগ নিজা সংগ্রহীত পুঁজিৰে নিমার্ণ কৰিব বিচৰা এটি স্থায়ী গৃহ ৰ আধাৰ শিলা স্থাপন কৰে লখিমপুৰ জিলা…