চৰকাৰৰ নিকা নিযুক্তিয়ে দৃষ্টিহীন মঞ্জুলাক দিলে পোহৰৰ বাট
নিয়মীয়া বাৰ্তা, ২৪ মে': সেউজীয়া পৃথিৱীখন ছোৱাৰ পৰা বঞ্চিত এগৰাকী যুৱতী ৷পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ৷ৰং বিৰঙৰ পৃথিৱীখন চোৱাৰ পৰা বঞ্চিত যুৱতী গৰাকীৰ বাবে জন্মান্ধতা আছিল অভিশাপ ৷দৰিদ্ৰ পৰিয়ালটোৰ দুগৰাকী সদস্যই অনূৰূপ ধৰণে শাৰিৰীক…