শিল্পী চন্দনা বেজবৰুৱাক সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান প্ৰদান
বিশেষ বাৰ্তা, ২৫ মেঃ সংগীত শিল্পী চন্দনা বেজবৰুৱাক প্ৰদান সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান। North East Big Cultural Society ( NEBCS)ৰ ১৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰ লগত সংগতি ৰাখি শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। অলপতে গুৱাহাটীৰ কাহিলিপাৰাৰ…