নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৪ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীৰ এডমাইৰেল্টি হাউচত আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ এলডাইৰেল্টি হাউচত উপস্থিত হোৱাৰ সময়ত…

ঘিলামৰা জ্যেষ্ঠ নাগৰিক আৰু আঞ্চলিক পেঞ্চনা সন্থাৰ স্থায়ী গৃহৰ আধাৰ শিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২৪ মে’: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা জ্যেষ্ঠ নাগৰিক সন্থা আৰু আঞ্চলিক পেঞ্চনা সন্থাৰ নিজা ভুমি ত দুয়োটা সংগঠনৰ যৌথ উদ্যোগ নিজা সংগ্রহীত পুঁজিৰে নিমার্ণ কৰিব বিচৰা এটি স্থায়ী গৃহ ৰ আধাৰ শিলা স্থাপন কৰে লখিমপুৰ জিলা…

ৰঙিয়াত কলকাতাৰ দক্ষিণেশ্বৰ মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব লগা মনোকামনা মন্দিৰৰ শিলান্যাস ভবেশ…

নিয়মীয়া বাৰ্তা , ২৪ মে' : ৰঙিয়াত সাৰ্বজনীন মনোকামনা মন্দিৰৰ শিলান্যাস । ৰঙিয়া নগৰৰ সৰস্বতী কলনিত নিৰ্মাণ হব লগীয়া মনোকামনা মন্দিৰৰ মাংগলিক কাৰ্যসূচীৰে শিলান্যাস কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই । কলকাতাৰ দক্ষিণেশ্বৰ…

স্বামীৰে বিচ্ছেদ : তাৰ পিছত সমলিংগ বিবাহ

বিশেষ বাৰ্তা, ২৪ মেঃ সমকামীৰ অধিকাৰক লৈ দেশত চলি আছে বিতৰ্ক। এনে পৰিস্থিতিত কলকাতাত সমলিংগ বিবাহৰ সাক্ষী হৈ আছে। ইয়াত দুগৰাকী ছোৱালীয়ে পৰম্পৰাগতভাৱে এটা মন্দিৰত বিয়া পাতিলে। যদিও দেওবাৰে মাজনিশা ভূতনাথ মন্দিৰত মৌচুমী দত্ত আৰু মৌমিতা…

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়াৱহ দুৰ্ঘটনা

বিশেষ বাৰ্তা, ২৪ মেঃ জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত আজি সংঘটিত এক দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু হয়। লাভ কৰা তথ্য অনুসৰি ধনডুৰু বিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰী কঢ়িয়াই অনা এখন ক্ৰুজ গাড়ী দুৰ্ঘটনাৰ বলি হয়। এই দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।…

আইপিএলত আজি আত্মবিশ্বাসী মুম্বাইৰ সন্মুখত লক্ষ্ণৌ

বিশেষ বাৰ্তা, ২৪ মেঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আই পি এলৰ এলিমিনেটৰ মেচখন আজি চেন্নাইত অনুষ্ঠিত হ’ব৷ এই গুৰুত্বপূর্ণ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব অভিলেখ সংখ্যক পাঁচবাৰৰ চেম্পিয়ন মুম্বাই…

এডিডাছৰে চুক্তিবদ্ধ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ড

বিশেষ বাৰ্তা, ২৩ মেঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় দলৰ জার্ছী তৈয়াৰ কৰাৰ দায়িত্ব লাভ কৰিছে প্রখ্যাত ক্রীড়া সামগ্রী নির্মাণ সংস্থা এডিডাছে৷ এই সংস্থাটোৰ সৈতে পাঁচ বছৰৰ চুক্তি স্বাক্ষৰ কৰিলে ক্রিকেট ব’র্ডে৷ ব’ৰ্ডৰ তৰফৰ পৰা…

ছিডনীত প্রৱাসী ভাৰতীয়ক সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

বিশেষ বাৰ্তা, ২৩ মেঃ অষ্ট্রেলিয়াৰ ছিডনীৰ কুড’ছ বেংক এৰিনাত প্রবাসী ভাৰতীয়ক সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ তিনিদেশীয় ভ্রমণসূচীৰ অন্তিম পর্যায়ত অষ্ট্রেলিয়াত উপস্থিত হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি কুড’ছ বেংক এৰিনাত প্রবাসী ভাৰতীয়ক…

সম্পাদকীয় : চিনেমা আৰু ৰাজনীতি

বিগত কিছুদিনত মুক্তি লাভ কৰা দুখন হিন্দী চিনেমাই বক্স অফিচত ব্যৱসায় কৰাই নহয়, বক্তব্যৰ দিশৰ পৰাও বিভিন্ন মহলত নানা ধৰণৰ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই প্রতিক্রিয়া প্রদর্শনে এটা কথাকে স্পষ্ট কৰে যে চিনেমা মূলতঃ মনোৰঞ্জনৰ সামগ্রী হ’লেও ইয়াৰ…

গুপ্তাংগ কটাৰ অপৰাধত পিতা-পুত্ৰক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড নগাঁও আদালতৰ  

বিশেষ বাৰ্তা, ২৩ মে' : এইবাৰ হত্যাৰ গোচৰত নহয় গুপ্তাংগ কাটি গুৰুতৰভাবে এজন লোকক আঘাত কৰাৰ অপৰাধত দুই পিতা-পুত্ৰক আজি নগাঁও আদালতে ১০ বছৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে। ঘটনা সন্দৰ্ভত নগাঁও ছেচন আদালতত চলা ১১৭/১৪…