নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেৰগাঁৱৰ ৰঞ্জিত-ৰূপমৰ

নিয়মীয়া বাৰ্তা, ১৭ মে : মন কৰিলেই ছন, বাকৰি মাটিতে ধন। এই কথা প্ৰমান কৰিছে দেৰগাঁৱৰ ধেমাজী কৈৰ্ৱত্ত গাঁৱৰ দুই শিক্ষিত ভাতৃয়ে। ৰঞ্জীত ৰাজবংশী আৰু ৰূপম ৰাজবংশী নামৰ দুই ভাতৃয়ে ডেৰ বিঘা কৃষি ভূমিত ৰোপন কৰিছে ১৫০০ জোপাৰো অধিক ভোট জলকীয়া।…

দেৰগাঁৱত ধুমুহাৰ তাণ্ডৱ : তচনচ বাসগৃহৰ লগতে বিলাসী বাহন

নিয়মীয়া বাৰ্তা,  ১৭ মেঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত খুমটাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেঙেৰা গাঁৱত মঙলবাৰে সন্ধিয়া পৰত অহা এজাক প্ৰবল ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে। বিশেষকৈ মাত্ৰক দুই মিনিট মানৰ বাবে অহা এই প্ৰবল…

ৰহস্যঘন জোনমণিৰ মৃত্যু : নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ নাম খালে সাঙোৰ

বিশেষ বাৰ্তা, ১৭ মে’ : আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্ৰতি নতুন মোৰ লৈছে৷ বিশেষকৈ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাছতেই লখিমপুৰ বঙালমৰাৰ এগৰাকী মহিলা হাচিনা বেগমে জোনমণি ৰাভাৰ সন্দৰ্ভত কৰা কেতবোৰ বিস্ফোৰক মন্তব্যই…

যাৱজ্জীৱন নে মৃত্যুদণ্ড : ডিব্ৰুগড়ৰ চৰিতা মাৰ্ডাৰৰ দোষীৰ কাইলৈ শাস্তিৰ ৰায়দান

✅ডিব্ৰুগড়ৰ চিকিৎসক চৰিতা তচনিৱালৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ✅আদালতৰ ৰায়দানত কিৰু মেছক দোষী সাব্যস্ত ✅যাৱজ্জীৱন নে মৃত্যুদণ্ড? আজি হব ঘোষণা ✅চিকিৎসক দীপমনি শইকীয়াক দোষমুক্ত ঘোষণা! ✅উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হব চৰিতাৰ পৰিয়াল! ✅সুদীৰ্ঘ ৯…

ৰাজ্যৰ ভিন্ন স্পৰ্শকাতৰ বিষয়ক লৈ গোচৰ পঞ্জীয়নেৰে তদন্ত মানৱ অধিকাৰ আয়োগৰ

বিশেষ বাৰ্তা, ১৭ মেঃ ​ৰাজ্যিক মানৱ অধিকাৰ আয়োগে কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি ইয়াৰ তদন্ত আৰম্ভ কৰিছে। মানৱ অধিকাৰ আয়োগৰ সদ্য নিযুক্ত সদস্য শান্তনু ভৰালীয়ে গুৱাহাটীৰ বিভিন্ন ঠাইত কিছুদিনৰ পৰা তৃতীয় লিংগৰ…

নগৰবেৰাত ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীক গতালে ৰাইজে

নিয়মীয়া বাৰ্তা, ১৭ মেঃ নগৰবেৰাৰ ভখুৰাদিয়াত ৰাইজে আজি পুৱাৰ ভাগত খেদি খেদি দুই ড্ৰাগছ আসক্ত যুৱকক ধৰি টুপামাৰী আৰক্ষীক গটাই দিয়ে। আনহাতে ৰাইজৰ ৰোষত পৰাৰ ভয়ত ঘৰ এৰি পলায়ন চতুৰ ড্ৰাগছ বেপাৰীৰ। প্ৰাপ্ত তথ্য অনুসৰি ভখুৰাদিয়া পাহাৰতল অঞ্চলত বাবৰ…

আন্তৰাষ্ট্রীয় পর্যায়ত কাৰাটেত যোৰহাটৰ তিনি খেলুৱৈৰ সাফল্য

নিয়মীয়া বাৰ্তা, ১৭ মে : নেপালৰ কাঠমাণ্ডূৰ কটেশ্বৰত ১৪ মে'ৰ পৰা ১৬ মে'লৈকে অনুষ্ঠিত ইণ্ডো-নেপাল আন্তৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে নেপাল ছিতৰিঅ' কেৰাটে এছ'চিয়েচন আৰু এআইএমএছে আয়োজন…

ৰেলত খাওঁ যিহেতু বিমানতো পাৰি বুলিয়ে ভাবিছিলো…. ফ্লাইটত বিড়ি হুঁপি জেললৈ ৰাজস্থানৰ প্ৰবীণ

বিশেষ বাৰ্তা, ১৭ মেঃ বেংগালুৰু আৰক্ষীয়ে আকাছা এয়াৰ লাইনছৰ পৰা ৫৬ বছৰীয়া যুৱক এজনক গ্ৰেপ্তাৰ কৰিছে। এই ব্যক্তিজনৰ বিৰুদ্ধে বিমানত বিড়ি ধূমপান কৰাৰ অভিযোগ উঠিছে। অভিযুক্তৰ নাম প্ৰবীণ কুমাৰ। বিমানেৰে তেওঁ আহমেদাবাদৰ পৰা বাংগালুৰুলৈ গৈ…

নগৰবেৰাত আৰক্ষীৰ অভিযানত আটক পিএফআই নেতা

নিয়মীয়া বাৰ্তা, ১৭ মে : অৱশেষত নগৰবেৰাত আৰক্ষীৰ জালত পৰিল ৱাণ্টেড পি এফ আই নেতা আব্দুল ৰেজ্জাক আলী। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰক্ষীয়ে অনুসন্ধান চলাই থকা পি এফ আই নেতা আব্দুল ৰেজাক আলীক মাজ নিশা এক অতৰ্কিত অভিযান চলাই ২নং পলাহৰটাৰীৰ…

শ্ৰীনিৱাসক সকাহ উচ্চতম ন্যায়ালয়ৰ : যৌন নিৰ্যাতনৰ গোচৰত আগতীয়া জামিন

বিশেষ বাৰ্তা, ১৭ মেঃ আজি উচ্চতম ন্যায়ালয়ে যৌন নিৰ্যাতনৰ গোচৰত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। আদালতে তেওঁক ৫০ হাজাৰ টকাৰ বণ্ডত আগজাননীমূলক জামিন দি তদন্তত সহযোগ কৰিবলৈ কয়। অসম যুৱ…