নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১৭ মে' : ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ইতিহাসপ্ৰসিদ্ধ হাৰ্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্ৰতিষ্ঠা হৈছিল ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়। বিগত ২৫…

তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্য্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ : জোনমণিৰ পৰিয়াললৈ সমবেদনা

বিশেষ বাৰ্তা, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ তিনিচুকীয়া বৰগুৰিত নিৰ্মাণ কৰা কাৰ্য্যালয় অৰ্থাৎ অটল বিহাৰী বাজপেয়ী ভৱনৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ…

কৰ্ণাটক ছাছপেঞ্চ : দিল্লী নহয় বেংগালুৰুৰ পৰাহে ঘোষণা হব মুখ্যমন্ত্ৰীৰ নাম

বিশেষ বাৰ্তা, ১৬ মেঃ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীক লৈ দিনকদিনে বাঢ়িছে চাচপেন্স। আজিও মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত অব্যাহত আছে বৈঠক। দিল্লীত উপস্থিত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ। দুয়োজনে…

ওদালগুৰিৰ জালিমুখত জলসম্পদৰ বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ১৬ মে' : মন্ত্ৰী পীযুষ হাজৰীকাই আজি ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰি জালিমুখত বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা বান্ধৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। বিগত বৰ্ষত এই অঞ্চলত বান্ধ নথকা বাবে ভূটানৰ পৰা নামি অহা পানীৰ ধলে কুলচী…

সৌৰভ গাংগুলীলৈ জেড কেটেগৰীৰ নিৰাপত্তা

বিশেষ বাৰ্তা, ১৬ মেঃ বিচিচিআইৰ প্রাক্তন সভাপতি সৌৰভ গাংগুলীক জেড কেটেগ’ৰীৰ নিৰাপত্তা প্রদান কৰা হৈছে৷ প্রশাসনিক পর্যায়ত পুনৰীক্ষণৰ অন্তত সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ মন কৰিবলগীয়া যে গাংগুলীয়ে ৱাই…

জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিআইডিক অর্পণৰ ঘোষণা ডিজিপিৰ

বিশেষ বাৰ্তা, ১৬ মেঃ আজি পথ দুৰ্ঘটনাত ৰহস্যজনক মৃত্যু হোৱা মৰিকলং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিআইডিক অর্পণ কৰা হৈছে৷ এই কথা ঘোষণা কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে৷ জোনমণি ৰাভাৰ…

বালিপৰাৰ খনামুখত মুকলি বিহু

নিয়মীয়া বাৰ্তা, ১৬ মে : শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী খনামুখত কালি খনামুখ ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু বৃহত্তৰ খনামুখ ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত দ্বাদশ বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ…

বকোত অবৈধ ফাৰ্মাচী ছীল আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে :  কামৰূপৰ বকো আৰক্ষীৰ নিষিদ্ধ ডাগছৰ বিৰূদ্ধে দীৰ্ঘদিন ধৰি অব্যাহত আছে বৃহৎ অভিযান। আজি কামৰূপৰ বকো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বকো থানাৰ অন্তৰ্গত চেলোসূতী চকৰ এখন ফাৰ্মাচীত নিষিদ্ধ কফ চিৰাপ আৰু ড্ৰাগছৰ বিৰূদ্ধে…

মাত্ৰ ১০০০ টকা ভেঁটী লৈ গ্ৰেপ্তাৰ শোণিতপুৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ১৬ মেঃ পুনৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছে চৰকাৰী কৰ্মচাৰী। দুৰ্নীতি নিবাৰকৰ জালত এইবাৰ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ববী খান শইকীয়া। ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নামত দীৰ্ঘদিনৰেপৰাা ধন সংগ্ৰহৰ অভিযোগ…

লাহৰীঘাটত মথাউৰিৰ ৰেম্ব নিৰ্মাণ নকৰাত পথ নিৰ্মাণৰ কাম বন্ধ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১৬ মে : মৰিগাঁৱৰ লাহৰীঘাটৰ কাঠনিত পথ নিৰ্মাণ কৰি থকা মথাউৰিত ৰেম্ব নিৰ্মাণ নকৰাত আজি স্থানীয় ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম। উল্লেখ্য যে মৰিগাঁৱৰ মায়ং অঞ্চলৰ পৰা শিলঘাটলৈকে মথাউৰিৰ ওপৰত পথৰ নিৰ্মাণ কাৰ্য চলি আছে। এই মথাউৰি…