নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাংগুলীলৈ জেড কেটেগৰীৰ নিৰাপত্তা

নিয়মীয়া বাৰ্তা, ১৮ মে': ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ প্রাক্তন সভাপতি সৌৰভ গাংগুলীক জেড কেটেগৰীৰ নিৰাপত্তা প্রদান কৰা হৈছে৷ প্রশাসনিক পর্যায়ত পুনৰীক্ষণৰ অন্তত সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ মন কৰিবলগীয়া…

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ শুভ ৰং হালধীয়া, সংখ্যা ৭৷ হাতলৈ টকা–পইচা আহিব৷ ব্যৱসায়ত সমস্যা থাকিব৷ হাতত থকা মূল্যৱান বস্তু হেৰাব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই শনিৰ চালিছা পাঠ কৰিব৷ বৃষ ঃ শুভ ৰং গেৰুৱা, সংখ্যা ৬৷ যান–বাহন চলাওঁতে সাৱধান হ’ব৷ আজি আপোনাৰ দ্বাৰা আনৰ…

শ্বেৰমান আলীৰ গুণ্ডাগিৰি : পাবলগীয়া টকাৰ বাবে মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলীৰ নিৰ্দেশ

বাৰ্তা ব্যুৰো, বৰপেটা, ১৭ মেঃ তই কিহৰ চিকিউৰিটি৷ তোৰ ডিউটি কি৷ মোক মানুহে অপমান কৰিব আৰু তই মনে মনে চাই থাকিবি৷ ফুটা, গুলি ফুটা.....দহটা গুলি মাৰ.... মই চাম.... ৷ ৰাজহুৱা স্থানত নিজৰ দেহৰক্ষীক গালি গালাজ  কৰি এগৰাকী ব্যক্তিক গুলীয়াবলৈ কৈ…

বিধান মণ্ডল নহয় চোৰ মণ্ডল : বিতৰ্কিত মন্তব্যৰ বাবে বিপদত সঞ্জয় ৰাউট

বিশেষ বাৰ্তা, ১৭ মেঃ ৰাজ্যসভাৰ অধ্যক্ষই আজি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ বিৰুদ্ধে বিশেষ সুবিধা ভংগৰ বিষয়টো ৰাজ্যসভাৰ বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰে। মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে সঞ্জয় ৰাউতৰ বিৰুদ্ধে বিশেষ…

প্ৰেম বিবাহত বিবাহ বিচ্ছেদৰ গোচৰ বৃদ্ধি : উচ্চতম ন্যায়ালয়

বিশেষ বাৰ্তা, ১৭ মেঃ আজি এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে প্ৰেম বিবাহ আৰু বিবাহ বিচ্ছেদ সন্দৰ্ভত মন্তব্য কৰে। স্বামী-স্ত্ৰীৰ মাজত বৈবাহিক বিবাদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বি আৰ গাভাইয়ে কয় যে প্ৰেম বিবাহত বিবাহ…

একচন মুডত ৰাজ্য চৰকাৰ : বন্ধ কৰাৰ পথত ৩০০ মাদ্রাছা : তালিকা প্ৰস্তুত

বিশেষ বাৰ্তা, ১৭ মেঃ শীঘ্রে ৰাজ্যত আৰু ৩০০খন মাদ্রাছা বন্ধ হোৱাৰ পথত৷ ৰাজ্য চৰকাৰে বন্ধ কৰিবলগীয়া মাদ্রাছাসমূহৰ তালিকা ইতিমধ্যে প্রস্তুত কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ উল্লেখ্য যে…

ডাঃ বাবুল বেজবৰুৱা নলবাৰী মেডিকেল কলেজৰ নতুন অধ্যক্ষ

নিয়মীয়া বাৰ্তা, ১৭ মেঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কালি নলবাৰী মেডিকেল কলেজৰ নতুন অধ‍্যক্ষ হিচাপে নিযুক্তি দিয়ে ডাঃ বাবুল বেজবৰুৱাক। পুৰ্বৰ অধ‍্যক্ষ ডাঃ যোগেশ শৰ্মা শাৰীৰিক অসুস্থৰ বাবে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা হেতুকে অসম চৰকাৰে…

বিকশিত শিৱসাগৰ : এনিশাৰ বৰষুণতেই নদীৰ ৰূপ ললে দুৱৰণী আলিয়ে

🔴কাণ সাৰ নাই বিধায়ক অখিল গগৈৰ 🔴নিৰ্বিকাৰ লোক নিৰ্মাণ বিভাগ- প্ৰশাসন 🔴নৰক যন্ত্ৰণা অদ্ধ শতাধিক গাঁৱৰ ৰাইজৰ নিয়মীয়া বাৰ্তা, ১৭ মেঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ ১০৮নং বিধানসভা সমষ্টিৰ এখন ছবিয়ে বিকশিত শিৱসাগৰৰ প্ৰকৃত ৰূপটো অতি নগ্ন ভাৱে…

আৰিয়ান খান ড্ৰাগছ গোচৰত ঘোচ দাবীৰ অপৰাধত সমীৰ ৱাংখেড়েক চমন চিবিআইৰ

বিশেষ বাৰ্তা, ১৭ মেঃ আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত চিবিআইয়ে চমন কৰিছে মুম্বাই এনচিবিৰ প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱাংখেড়েক। চিবিআইয়ে জনোৱা মতে, বৃহস্পতিবাৰে (১৮ মে’) এই গোচৰত ৱাংখেড়েক জেৰাৰ বাবে মতা হৈছে। আৰিয়ান খানৰ ক্ৰুজ ড্ৰাগছ গোচৰত…

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেৰগাঁৱৰ ৰঞ্জিত-ৰূপমৰ

নিয়মীয়া বাৰ্তা, ১৭ মে : মন কৰিলেই ছন, বাকৰি মাটিতে ধন। এই কথা প্ৰমান কৰিছে দেৰগাঁৱৰ ধেমাজী কৈৰ্ৱত্ত গাঁৱৰ দুই শিক্ষিত ভাতৃয়ে। ৰঞ্জীত ৰাজবংশী আৰু ৰূপম ৰাজবংশী নামৰ দুই ভাতৃয়ে ডেৰ বিঘা কৃষি ভূমিত ৰোপন কৰিছে ১৫০০ জোপাৰো অধিক ভোট জলকীয়া।…