৩০ লাখৰ বিত্তীয় কেলেংকাৰি : ডিব্ৰুগড়ৰ ষ্টেট মিছন অফিচত তালাচী
বিশেষ বাৰ্তা, ১৮ মেঃ ডিব্ৰুগড়ৰ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত সংঘটিত ৩০ লাখ টকাৰ বৃহৎ বিত্তীয় কেলেঙ্কাৰীৰ সন্দৰ্ভত ষ্টেট মিচন অফিচৰ তিনি বিষয়াই তালাচী অভিযান চলোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।আজি পুৱাৰ পৰাই ডিব্ৰুগড়ৰ সৰ্বশিক্ষাৰ…