নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণা কাপুৰঃ বৃহৎ বেংকিং কেলেংকাৰিত য়েছ বেংকৰ প্রাক্তন মুৰব্বী

পূর্বজ্যোতি চুতীয়া বেংক অৱ আমেৰিকাত কেৰিয়াৰৰ আৰম্ভণি৷ ১৬ বছৰ বিশ্বৰ আগশাৰীৰ বেংকটোত দক্ষতাৰে কাম কৰাৰ সময়ত একাধিক পুৰস্কাৰ লাভ কৰিছিল তেওঁ৷ ১৯৯৬ চনত গ্রীণ্ডলেইজ ইনভেষ্টমেণ্ট বেংকত ভাৰতীয় মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ সময়তে তেওঁ…

মালিগাঁৱত গছত বান্ধি এজনক প্রহাৰ ৪ ভূ–মাফিয়াৰ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ মালিগাঁৱৰ কল্যাণ নগৰত যোৱানিশা চাৰিজনীয়া দুর্বৃত্তৰ দলে প্রেমলাল কেওট নামৰ এজন লোকক পিষ্টল দেখুৱাই প্রাণে মৰাৰ ভাবুকি দিয়ে৷ দুর্বৃত্তৰ দলটোৱে প্রাণে মৰাৰ ভাবুকি দিয়াৰ লগতে মাৰপিট কৰি প্রেমলাল কেওটৰ পৰা উকা দলিলত চহী…

মুছলিম বিশ্বৰে সম্পর্ক

নৰেন্দ্র মোদীয়ে ২০১৪ চনত দেশৰ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পিছত তেওঁৰ তাৎক্ষণিক সাফল্যসমূহৰ ভিতৰত অন্যতম আছিল ইছলামিক দেশসমূহৰ সৈতে গঢ়ি তোলা নতুন আৰু সুদৃঢ় সম্পর্ক৷ পুলৱামা আক্রমণৰ পিছতো ইছলামিক দেশসমূহে পাকিস্তানক তীব্র ভাষাৰে গৰিহণা…

বৰপেটা–বৰদোৱা শুৱালকুছিত ৰাইজৰ পাৰভঙা উছাহ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ প্রাণনাশী ক’ৰোনা ভাইৰাছৰ আতংক ৰাজ্যজুৰি অব্যাহত থকাৰ সময়তে প্রান্তে প্রান্তে আৰম্ভ হৈছে দৌল উৎসৱৰ উৎসাহ–উদ্দীপনা ৷ সত্রনগৰী বৰপেটা, সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলী, বটদ্রৱাকে ধৰি বিভিন্ন স্থানত দৌল উৎসৱৰ বাবে…

কেন্দ্রই বিটিচিক দিয়া পাঁচ হাজাৰ কোটি টকাৰ সদ্ব্যৱহাৰ হোৱা নাই

নিয়মীয়া বার্তা, ৯ মার্চঃ বাগ্সা জিলাৰ বৰিমাখাত দেোবাৰে বৰিমাখা আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি প্রমোদ বড়োৱে কয় যে তেওঁ কোনটো সমষ্টিৰ পৰা বিটিচি নির্বাচনত অংশগ্রহণ কৰিব সেয়া এতিয়াও ঠিৰাং কৰা নাই ৷ নির্বাচনৰ দিন…

খাদ্য–খোৱাপানীৰ অভাৱত যাত্রীৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে দেওবাৰে সুদীর্ঘ ৮ ঘণ্টা সময় মহানগৰীৰ ঠাকুৰকুছি ষ্টেচনত শ শ যাত্রী আবদ্ধ হৈ থাকিবলগীয়া হয়৷ গুৱাহাটী ষ্টেচনৰ পৰা ডিমাপুৰ অভিমুখী বিজি এক্সপ্রেছ ৰে’ল গাড়ীখনত…

ইউপিপিএলৰ সভাপতি প্রমোদ বড়োক বেপাৰী আখ্যা মহিলাৰীৰ

নিয়মীয়া বার্তা, ৯ মার্চঃ বাগ্সা জিলাৰ বৰমাৰ নিকটৱর্তী কদমতলত দেওবাৰে সদৌ বড়ো ৱমেন ফেডাৰেচনে কেন্দ্রীয়ভাৱে উদযাপন কৰে আন্তর্জাতিক নাৰী দিৱস ৷ নাৰী দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে মহিলাসকলৰ কাৰণে নতুন…

গণ সুৰক্ষা পার্টীয়ে বিটিচি দখল কৰিলে বন্ধ বাকচত থাকিব বিটিআৰ চুক্তি

নিয়মীয়া বার্তা, ৯ মার্চঃ পিছফালৰ পৰা নহয়, বিজেপিয়ে এইবাৰ হাগ্রামা মহিলাৰীক সন্মুখৰ পৰা ছুৰী মাৰিছে ৷ বিজেপিয়ে হাগ্রামাক সন্মুখত ৰাখিয়ে নিঃশেষ কৰিব আৰু প্রমোদ বড়োক যিমান পাৰে ধন–জনেৰে সহায় কৰিব ৷ কাৰণ ২০২১ চনৰ অংকৰ কথা আছে ৷ কিন্তু নৱ…

জোৱালা বৰা আমাৰ সমাজৰ বাবে প্রেৰণাৰ উৎসঃ হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা, ৯ মার্চঃ আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্নাই ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমৰ সাহিত্য জগতৰ এগৰাকী উদীয়মান যুৱ লেখিকা জোৱালা বৰাৰ উপন্যাস ‘মৌনতাৰ কোলাহল’ উন্মোচন কৰা হয় ৷ নৱম…

ক’ৰোনা আতংকঃ গুৱাহাটী গ্রন্থমেলা স্থগিত

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ অসম প্রকাশন পৰিষদৰ উদ্যোগত অহা ১৪ মার্চৰ পৰা ২৫ মার্চ, ২০২০লৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব লগা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা, ২০১৯–২০ স্থগিত ৰখা হৈছে ৷ অসম প্রকাশন পৰিষদৰ…