পৃথিৱীত মহামাৰীৰ ৰূপ ল’ব পাৰে ক’ৰোনাই
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছ অর্থাৎ ক’ভিড–১৯–এ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে৷ শেহতীয়াকৈ বিশ্বজুৰি মহামাৰীৰ ভাবুকি কঢ়িয়াই আনিছে এই মাৰাত্মক ভাইৰাছবিধে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ আধান’ম ঘেব্রিয়েছাছে এই…