কেৰালাত একেটা পৰিয়ালৰে ৫ সদস্যৰ দেহত ক’ৰোনা ভাইৰাছ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ কেৰালাৰ একেটা পৰিয়ালৰে ৫জনকৈ সদস্য ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি কেৰালাৰ এই পৰিয়ালটোৰ তিনিজন সদস্য শেহতীয়াকৈ ইটালীৰ পৰা উভতি আহিছিল ৷ ইটালীত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ গ্রহণ কৰিছে…