নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তি পাবলগীয়া কেইখনমান বলীউডৰ চিনেমা

সূর্যবংশী বলীউডত হিট চিনেমা দিবলৈ সক্ষম হোৱা পৰিচালক ৰোহিত ছেট্টীৰ ‘সূর্যবংশী’ত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু কেটৰিনা কাঈফে৷ এই ছবিখনক লৈ বলীউডপ্রেমী লোকসকল অধিক উৎসাহী হৈ থকা দেখা গৈছে৷ ইয়াৰ পূর্বেও ৰোহিত ছেট্টীৰ ছবিসমূহে বিপুল সমাদৰ লাভ…

মথুৰা বর্ষাণাৰ লাঠমাৰ হোলী

ফাকুৱা বা হোলীৰ দিনটোৰ বাবে আমি সকলোৱে গভীৰ আগ্রহেৰে অপেক্ষা কৰি থাকঁো৷ এতিয়া ৰঙৰ বতৰ৷ ফাকুৱা বা হোলী হিন্দুসকলৰ আধ্যাত্মিক চিন্তাধাৰাৰ লগত সম্পর্কিত অতি জনপ্রিয় উৎসৱ৷ সমগ্র ভাৰততে খুব আনন্দ আৰু উল্লাসেৰে হোলী উদ্যাপন কৰা হয়৷ হোলীৰ…

MV মহাবাহুৰ কৰ্মচাৰীৰ দেহত নাই ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে অসমত । বিশেষকৈ আমেৰিকাৰ এজন পৰ্যটকে অসম ভ্ৰমণ কি ভূটানলৈ যোৱাৰ পাচতেই তেওঁৰ শৰীৰত ক’ৰোনা পজিটিভ বুলি পোহৰলৈ আহে । এই খবৰ পোহৰলৈ অহাৰ পাচতেই …

হাস্পতালৰ পৰা পোনে পোনে মুম্বাইলৈ ৰাওনা জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ চিকিৎসালয় এৰিলে জুবিন গাৰ্গে। ২৭ ফেব্ৰুৱাৰীত হঠাৎ অসুস্থ হৈ পৰা জুবিন চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত। কিন্তু আজি জুবিনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই।        অতিমাত্ৰা…

পূৰণ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বজয়ৰ সপোন

নিয়মীয়া বাৰ্তা, ৮মার্চঃ আকৌ এবাৰ মহিলা টি-২০ বিশ্বকাপ জয়ৰ সপোন ভাঙি চূৰমাৰ হ'ল ভাৰতীয় মহিলা ক্রিকেট দলৰ । আজি আই চি চি মহিলা টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ মেলব’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতীয় দলটোক ৮৫ ৰানত পৰাস্ত…

ক’ৰোনাক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰামৰ্শাৱলী

নিয়মীয়া বার্তা, ৮ মার্চঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত বৰ্ষত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে এই পৰিস্থিতি নিয়ন্ত্ৰিত নোহোৱা পৰ্যন্ত…

নমস্কাৰ আৰু কৰমৰ্দন

নিয়মীয়া বার্তা,৮ মার্চঃ ক'ৰোনা মহামাৰীৰ আতংকই সমগ্ৰ বিশ্ববাসীক মানুহৰ বহুতো অভ্যাসৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে । শাৰীৰিক সংস্পৰ্শই ক'ৰোনাৰ বীজাণু বিয়পোৱাত এটা ডাঙৰ ভূমিকা লয় । সেই কাৰণে মানুহে এতিয়া কৰমৰ্দনৰ অভ্যাস ত্যাগ কৰি…

১২ মার্চত ২৪ ঘণ্টীয়া মধ্য অসম বন্ধৰ আহ্বান তিৱা সংগঠনৰ

নিয়মীয়া বার্তা,৮ মার্চঃ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্র আইন ২০১৭ ৰাভা হাছং স্বায়ত্ত পৰিষদ এলেকাৰ পৰা প্রত্যাহাৰৰ ঘোষণা কৰাৰ পিছতেই তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে মধ্য অসমৰ তিৱা স্বায়ত্ত পৰিষদ এলেকাত ৷ এই ঘোষণাৰ দ্বাৰা অসম চৰকাৰে তিৱা স্বায়ত্ত…

বর্ণিহাটৰ ছাগলী গৱেষণা কেন্দ্র ধ্বংসৰ ষড়যন্ত্র

নিয়মীয়া বাৰ্তা, ৮মার্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তর্গত গুৱাহাটী মহানগৰীৰ নিকটৱর্তী বর্ণিহাট তামুলীকুছিস্থিত ছাগলী গৱেষণা কেন্দ্রটোলৈ নামি আহিছে ভয়ংকৰ সংকট৷ জিলা প্রশাসনে এই ছাগলী গৱেষণা কেন্দ্রটোত স্থাপন কৰিব বিচাৰিছে জাবৰ নিষ্কাশনৰ এক…

ইউনিফর্ম নিবিদাক কেন্দ্র কৰি মাৰপিট, দাঁত ওফৰিল সদস্যৰ

নিয়মীয়া বাৰ্তা, ৮মার্চঃ স্বামীৰ অকথ্য নির্যাতন তথা চৰম প্রতাৰণাৰ বলি হোৱা এগৰাকী দুই সন্তানৰ মাতৃয়ে আৰক্ষী আৰু আদালতৰ পৰা ন্যায় নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ স্বামীৰ নির্যাতন সহিব নোৱাৰি পিতৃগৃহত আশ্রয় গ্রহণ কৰি আছে মহিলাগৰাকী৷ নাৰী…