নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জংঘলৰ মাজতো ৰজনীকান্তই নেৰিলে নিজৰ জনপ্ৰিয় ষ্টাইল; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ নিজৰ জনপ্ৰিয় আৰু বিন্দাচ ষ্টাইলেৰে সদায়ে দৰ্শকক আকৰ্ষণ কৰি অহা দক্ষিণৰ তাৰকা ৰজনীকান্তে এইবাৰ ডাঠ অৰণ্যৰ মাজতো সেই ভংগীমা কৰা দেখা গ'ল । ছবিগৃহলৈ ৰজনীকান্তৰ ছবি আহিলেই তেওঁৰ চশমা পিন্ধাৰ ষ্টাইলৰ পৰা গাড়ী…

হোলীৰ আনন্দত শেনচকু মহানগৰ আৰক্ষীৰ; ঠায়ে ঠায়ে চলালে তালাচী

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ হোলীৰ আনন্দ নহয় । মহনগৰীৰ একাংশ লোকৰ বাবে হোলী হ'ল দুখজনক । কাৰণ হোলীৰ দিনাই মহানগৰীৰ ঠায়ে ঠায়ে যান-বাহন আৰক্ষীয়ে তালাচী চলাই হোলীৰ আনন্দ ম্লান কৰিলে । চৌদিশে হোলীৰ আনন্দোল্লাসৰ মাজতে যুৱক-যুৱতীৰ আনন্দত বিধি পথালি…

ৱৰ্ল্ড বডী বিল্ডিং চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে গুৰু শিষ্যই

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ অসমলৈ সুখবৰ । অসম সন্তান ধ্ৰুৱ তামুলীয়ে দখল কৰিলে মিষ্টাৰ ৱৰ্ল্ড ২০২০ । ৱৰ্ল্ড ফিটনেছ ফেডাৰেছন (WFF) আৰু ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেছন (WBBF) ৪ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত কৰা এই চেম্পিয়নশ্বিপখনত ৮০ কেজি শাখাত অসমৰ…

ক’ৰোনা ভাইৰাছঃ প্ৰতিখন দেশৰ শেহতীয়া তথ্য কি ?

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক'ৰোনা ভাইৰাছক লৈ সৰ্বত্ৰ আতংক । চীনৰ য়ুহান প্ৰদেশৰ পৰা বিশ্বতে বিয়পি পৰা ক'ৰোনাৰ আতংকই এতিয়া চুই গৈছে ভাৰতকো । ভাৰতত বৰ্তমানলৈকে ৪৫ জনকৈ লোক আক্ৰান্ত হৈছে ক'ৰোনা ভাইৰাছত । চীন, দক্ষিণ…

ক’ৰোনা ভাইৰাছঃ ইৰানত ৭০ হাজাৰ বন্দীক মুকলি

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা ক'ৰোনা ভাইৰাছৰ বাবে সাময়িকভাৱে ৭০ হাজাৰ বন্দীক মুকলি কৰি দিয়া হৈছে ইৰানত । দেশখনৰ বিচাৰ ব্যৱস্থাৰ প্ৰধান ইব্ৰাহিম ৰাইচিয়ে জনোৱা অনুসৰি সাময়িকভাৱে ক'ৰোনা ভাইৰাছৰ আতংকৰ বাবে মুক্ত কৰি…

কংগ্ৰেছ ত্যাগ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ পদত্যাগ কৰিলে কংগেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ পদ্যতাগ পত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছতেই পদত্যাগ কংগ্ৰেছ…

অজ্ঞাত উৎসৰ পৰা ১১,২৩৮ কোটি টকাৰ চান্দা ৰাজনৈতিক দলৰ

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিগত ১৫ বছৰত অজ্ঞাত উৎসৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিছে দেশৰ প্ৰধান ৰাজনৈতিক দলসমূহে । ২০০৪ চনৰ পৰা ২০১৯ চন পৰ্যন্ত প্ৰধান ৰাজনৈতিক দলসমূহে মুঠ ১১,২৩৮ কোটি টকা চান্দ সংগ্ৰহ কৰাৰ তথ্য আহি পৰিছে । এই তথ্য প্ৰকাশ…

বেংগালুৰু আৰু পঞ্জাৱত ক’ৰোনাঃ ক্ৰমাগতভাৱে বৃদ্ধি আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বৰ বাবে এতিয়া আতংকৰ নাম ক'ৰোনা । ভাৰততো এতিয়া দৈনিক বৃদ্ধি পাইছে ক'ৰোনা আক্ৰান্ত লোকৰ সংখ্যা । শেহতীয়াকৈ কেৰালাৰ পাচতেই বেংগালুৰু আৰু পঞ্জাৱতো ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । ভাৰতত বৰ্তমানলৈকে আক্ৰান্তৰ…

১৭ মাৰ্চত কিয় ঢাকা ভ্ৰমণ বাতিল কৰিলে মোডীয়ে ?

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ । আগন্তুক ১৭ মাৰ্চত বাংলাদেশ ভ্ৰমণলৈ যোৱাৰ কথা আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ক'ৰোনা ভাইৰাছৰ বাবে বাংলাদেশ যাত্ৰা…

মৰিগাঁওৰ টেঙাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ টেঙাগুৰি কছাৰীগাঁৱত সোমবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷এই অগ্নিকাণ্ডত সাতটা পৰিয়ালৰ দহটাৰো অধিক ঘৰ ভস্মীভূত হয় ৷ আলাল উদ্দিন, জাকিৰ হুছেইন, ছত্তৰ আলী,মুছলেম উদ্দিন, আশেক…