স্বগৃহলৈ মেঘালয়ত আবদ্ধ সহস্রাধিক শ্রমিক
নিয়মীয়া বাৰ্তা, ৮মার্চঃ মেঘালয়ৰ ইছামাতি কাণ্ডৰ বাবে প্রায় দহ দিন আবদ্ধ হৈ পৰা অসমৰ বিভিন্ন প্রান্তৰ শ শ শ্রমিকক নিৰাপত্তা বেষ্টনীৰে ৰাণী আৰক্ষী চকীলৈ অনা হয়৷ এই শ্রমিকৰ মাজৰে বহুসংখ্যক শ্রমিক আজিও সন্ধানহীন হৈ থকাৰ কথা প্রকাশ কৰে উপস্থিত…