আজিৰ দিনটোৰ ৰাশিফল
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ
মেষঃ আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ শুভ বর্ণ পাতল সেউজীয়া, দূৰ ভ্রমণৰ সুযোগ আহিব পাৰে৷ শুভ সংখ্যা ৩৷
বৃষঃ কর্মক্ষেত্রত নতুন…