2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংক! কাজিৰঙা উৎসৱ ২০২০ বাতিল

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ অহা ১২,১৩,১৪ আৰু ১৫ মাৰ্চ তাৰিখে কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া "কাজিৰঙা উৎসৱ ২০২০” ৰ সমুহ কাৰ্য্যসূচী বাতিল ৷ বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় ৰাইজ ,কৃষি আৰু উদ্যান শস্য…

ক’ৰোনা আতংকঃ ৰেডিছন ব্লুৰ ২৩ জন কৰ্মচাৰীক ৰখা হৈছে পৰ্যবেক্ষণত

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ ক'ৰোনা ভাইৰাছত এতিয়া আতংকিত অসম । আমেৰিকাৰ এজন পৰ্যটকে অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱাৰ সময়তে ভূটানত পোহৰলৈ আহে পৰ্যটকজনৰ শৰীৰত ক'ৰোনা পজিটিভ । ইয়াৰ পাচতেই দেখা দিছে আতংকই । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰা পৰ্যটকগৰাকীয়ে ১…

পৰ্যটকৰ দেহত ক’ৰোনাঃ কাজিৰঙাত সতৰ্কতা

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ  বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে অসমত । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী কাজিৰঙাৰ কঁহৰা  আদৰ্শ চিকিৎসালয়ত এতিয়া গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা । কোনো লোক আক্ৰান্ত হোৱা অথবা তেনে লক্ষণ দেখা…

মাজুলীত ক’ৰোনাৰ আতংকঃ ঘূৰাই পঠোৱা হৈছে পৰ্যটকক

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছৰ আতংক এইবাৰ অসমত । শনিবাৰে মাজুলীত দেখা গ'ল তেনে এক দৃশ্য । এগৰাকী পৰ্যটকক টুৰিষ্ট গাইডজনে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক'ৰোনা…

অংশগ্রহণ নকৰে প্রণয়সহ ৭ ভাৰতীয় খেলুৱৈয়ে

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছৰ শংকাই কঁপাই তুলিছে ক্রীড়া বিশ্বক৷ বিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছক লৈ শংকিত হৈ পৰিছে ভাৰতীয় খেলুৱৈও৷ এই ক’ৰোনা ভাইৰাছৰ বাবে ইতিমধ্যে কেইবাখনো গুৰুত্বপূর্ণ প্রতিযোগিতা বাতিল হৈছে৷…

বিস্ফোৰক পাণ্ডিয়াৰ ৫৫ বলত ১৫৮ ৰান

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ ষষ্ঠদশ ডি ৱাই পাটিল টি–২০ কাপত বিস্ফোৰক ৰূপ অব্যাহত আছে হার্দিক পাণ্ডিয়াৰ৷ প্রতিযোগিতাখনত ইখনৰ পিছত সিখন মেচত দুর্দান্ত বেটিং প্রদর্শন দাঙি ধৰা পাণ্ডিয়াই শুকুৰবাৰে বিস্ফোৰক ৰূপ ধাৰণ কৰে৷ ৰিলায়েন্স ১ক প্রতিনিধিত্ব কৰা…

মুম্বাইৰ ৱাংখেড়েত আজি শচীন–লাৰাৰ যুঁজ

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ ক্রিকেটপ্রেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজিৰে পৰা বিশ্বৰ ৫খন দেশৰ ক্রিকেট কিংবদন্তিৰ অংশগ্রহণেৰে ভাৰতত আৰম্ভ হ’ব আনএকাডেমী ৰোড ছেফটী বিশ্ব ছিৰিজ টি–২০ ক্রিকেট প্রতিযোগিতা৷ আজিৰ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া…

তাহিৰ হুছেইনক ৭ দিনৰ আৰক্ষীৰ জিম্মাত

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ দিল্লীৰ হিংসাত্মক কার্যত উচটনি দিয়া আৰু আই বিৰ কর্মচাৰী অংকিত শর্মাক হত্যাৰ অভিযোগত গ্রেপ্তাৰ হোৱা আপৰ নিলম্বিত কাউন্সিলৰ তাহিৰ হুছেইনক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছে আদালতে ৷ যোৱা ৫ মার্চত দিল্লীৰ এখন আদালতে…

বিনিয়োগকাৰীয়ে হেৰুৱালে ৩.৮৫ লাখ কোটি টকা, সংকটত য়েছ বেংক

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ঘাতক ক’ৰোনা ভাইৰাছে বিশ্ব অর্থনীতিত ভয়াৱহ প্রভাৱ পেলাই আছে ৷ ভাৰততো বিগত দুদিন ধৰি ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাত শ্বেয়াৰ বজাৰত অঘটন ঘটিছে ৷ শুকুৰবাৰে ষ্টক মার্কেটত অভাৱনীয় পতন ঘটাত…

আফগানিস্তানত বন্দুকধাৰীৰ গুলীচালনাত নিহত ২৭, আহত ৫৫

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে তালিবানৰ ঐতিহাসিক চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আফগানিস্তানলৈ ক্রমান্বয়ে শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছিল যদিও শুকুৰবাৰে দেশখনত বন্দুকধাৰীৰ গুলীচালনাত ২৭জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৫৫জনতকৈ…