2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্তব্যলৈ পিঠি স্বাস্থ্যকর্মীৰঃ বগাহাতীত পৰিণত হৈছে পাণবাৰী–হাজোবৰি উপ–স্বাস্থ্যকেন্দ্র

নিয়মীয়া বার্তা, ৭ মার্চঃ ভালুকৰ সাঙীসদৃশ হৈ পৰিছে চন্দ্রপুৰ ৰাজহ চক্র এলেকাৰ অন্তর্গত পাণবাৰী গাঁৱৰ একমাত্র উপ–স্বাস্থ্যকেন্দ্রটো৷ এখন জনজাতীয় গাঁৱৰ সাধাৰণ ৰাইজৰ বাবে কেইবাবছৰ পূর্বে স্থাপন কৰা এই উপ–স্বাস্থ্যকেন্দ্রটোত্ নিয়োজিত…

কামাখ্যা ৰে’ল ষ্টেচনত নাই সুৰক্ষাৰ সু–ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যাতায়াত ব্যৱস্থাৰ অন্যতম প্রাণকেন্দ্র হ’ল গুৱাহাটী ষ্টেচন আৰু কামাখ্যা ৰে’লৱে ষ্টেচন৷ দৈনিক হাজাৰ হাজাৰ যাত্রীয়ে এই দুয়োটা ৰে’লৱে ষ্টেচনৰ পৰা ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানলৈ অহা–যোৱা কৰি…

১০০গৰাকী মহিলাক লৈ ‘টাইম’ৰ বিশেষ সংখ্যা

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ জনপ্রিয় আন্তর্জাতিক বার্তালোচনী ‘টাইম’–এ ১০০গৰাকী মহিলাক লৈ ‘পার্ছন অৱ দ্য ইয়াৰ’ সংখ্যা প্রকাশ কৰি উলিয়াইছে ৷ উল্লেখনীয় যে বিগত শতিকাটোত এই মহিলাসকলে বিভিন্ন ক্ষেত্রত অৰিহণা আগবঢ়াই আহিছিল যদিও ‘টাইম’–এ কেৱল…

মঙললৈ নাছাই প্রেৰণ কৰিব লগা ৰ’ভাৰৰ নাম হ’ব পাৰছেভাৰেন্স

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ চলিত বর্ষৰ গ্রীষ্ম কালতে আমেৰিকাই ৰঙা গ্রহ মঙললৈ প্রেৰণ কৰিব এক ৰ’ভাৰ৷ বর্তমানলৈ এই ৰ’ভাৰৰ প্রকল্প সন্দর্ভত কোনাধৰণৰ তথ্য মহাকাশ গৱেষণা সংস্থা নাছাই সদৰী কৰা নাই যদিও এগৰাকী বিজ্ঞানীয়ে ৰ’ভাৰটোৰ নাম প্রিজাৰভেন্স হ’ব…

দিল্লীত আৰক্ষীক আক্রমণ কৰা দুর্বৃত্তক চিনাক্ত

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ দেশৰ ৰাজধানী নতুন দিল্লীত চান্দবাগ অঞ্চলত আৰক্ষীক আক্রমণ কৰা দুষ্কৃতিকাৰীক চিনাক্ত কৰিছে আৰক্ষীৰ অপৰাধ শাখাই ৷ আৰক্ষীয়ে চিনাক্ত কৰা এই দুষ্কৃতিকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰা হ’ব বুলি প্রশাসনে সদৰী কৰিছে ৷ উল্লেখনীয় যে…

ক’ৰোনাৰ বাবেই জাপানৰে সম্পর্কৰ অৱনতি দক্ষিণ কোৰিয়াৰ

 নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ক’ৰোনাৰ সংক্রমণৰ আশংকা থকা দক্ষিণ কোৰিয়াৰ পৰা জাপান ভ্রমণ কৰা লোকসকলক ১৪ দিন পৃথকে ৰখাৰ নির্দেশ দিয়াৰ পিছতে টকিঅ’ প্রশাসনক ক্ষুৰধাৰ সমালোচনা কৰিছে দক্ষিণ কোৰিয়া চৰকাৰে ৷ উল্লেখনীয় যে দক্ষিণ কোৰিয়াৰ পৰা জাপান ভ্রমণ…

মধ্যপ্রদেশৰ কংগ্রেছ বিধায়ক হৰদীপ সিঙৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ মধ্য প্রদেশত গভীৰ সংকটত পৰিছে শাসকীয় কংগ্রেছ দল ৷ শেহতীয়াকৈ সন্ধানহীন হোৱা চাৰি কংগ্রেছৰ বিধায়কৰ এগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ এন পি প্রজাপতিলৈ প্রেৰণ কৰিছে পদত্যাগ পত্র ৷ এই পদত্যাগ পত্র  প্রেৰণ কৰা কংগ্রেছ…

ৰাষ্ট্রসংঘত পাকক কঠোৰ সমালোচনা ইউৰোপীয় সাংসদৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ জম্মু–কাশ্মীৰত সন্ত্রাসবাদক ইন্ধন যোগাই অহা বাবেই পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে ইউৰোপৰ একাংশ সাংসদে ৷ ৰাষ্ট্রসংঘৰ জেনেভাস্থিত কার্যালয়ত ইউৰোপীয় সাংসদৰ দল এটাই কালি পাকিস্তানক সমালোচনা কৰি কয় যে কাশ্মীৰ আৰু…

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ঃ ড০ কন্দর্প দাসক উপাচার্য নিযুক্তি

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা বিজ্ঞান বিভাগৰ অধ্যাপক ড০ কন্দর্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছে ৷ শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল অধ্যাপক…

মুছলমানৰ ‘স্বাধীনতা’ বিচাৰি ফেচবুকত পোষ্ট মানকাচৰৰ যুৱকৰ

নিয়মীয়া বার্তা, ৭ মার্চঃ সামাজিক মাধ্যমত জেহাদৰ প’ষ্টাৰ পষ্ট কৰা সন্দর্ভত মানকাচৰ আৰক্ষীয়ে বৃহস্পতিবাৰে তিনিজন যুৱকক আটক কৰিছিল ৷ জেৰাৰ অন্তত এজনক গ্রেপ্তাৰ কৰি আন দুজনক মুকলি কৰি দিয়ে ৷ আনহাতে অসমত জেহাদ বিয়পোৱাৰ চেষ্টা কৰা মূল অভিযুক্তক…