2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেগৰ দোকানত ক্রাইম ব্রাঞ্চৰ অভিযানঃ ৫৫.৫০ লাখ টকাৰ অচল নোটসহ ধৃত ২

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ বিমুদ্রাকৰণৰ চাৰি বছৰ পিছত শুকুৰবাৰে গুৱাহাটীত ক্রাইম ব্রাঞ্চে এখন দোকানত অতর্কিতে অভিযান চালই জব্দ কৰে পঞ্চাশ লক্ষাধিক পুৰণি টকা ৷ গুৱাহাটীৰ গণেশগুৰিৰ আৰ পি ৰোডত লোহিত ওজা কমপ্লেক্সত থকা জেবি বেগ কালেকচন নামৰ বেগৰ…

ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা

ব্যৱসায়িক কামত চীন ভ্রমণলৈ যোৱা লুকা বার্ছি ২৯ ফেব্রুৱাৰীত গৃহ চহৰ মিলানলৈ উভতি আহিছিল ৷ ইতিমধ্যে ইটালীত ক’ৰোনা ভাইৰাছৰ সংক্রমণে জটিল ৰূপ ধাৰণ কৰিছিল ৷ লুকা বার্ছিৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল মিলানৰ বিমানবন্দৰত ৷ ক’ৰোনা ভাইৰাছৰ কোনো লক্ষণ…

আজিৰ ৰাশিফল

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷ বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব৷…

ছাত্র–ছাত্রীৰ বাবে সময়ৰ মূল্য

ভূপেন কুমাৰ দাস পল পল দণ্ড কৰি সময় গৈছে উৰি পাখিলগা কাঁড়ৰ নিচিনা অবিৰাম...৷’ সময় পখিলা উৰি যায় পাখি মেলি মেলি অনন্ত গতিৰে, অবিৰাম৷ সময়ৰ এই দুৰন্ত গতি অপ্রতিৰোধ্য সময়ক ধৰি ৰাখিব পৰা শকতি আমাৰ কাৰোৰে নাই৷ সময়ে কালৈকো অপেক্ষা নকৰে৷…

প্রজেক্ট মেনেজমেণ্ট, কেৰিয়াৰ গঢ়াৰ লোভনীয় পাঠ্যক্রম

দীপক কুমাৰ দাস                   ভাৰতত প্রতিবছৰে ৭০০ বিশ্ববিদ্যালয় আৰু ৩৫ হাজাৰতকৈও অধিক মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীর্ণ কেইবাসহস্র যুৱই সংস্থাপনৰ আশাত বন্দী হৈ থাকে৷ কিছুসংখ্যকে উচ্চ শিক্ষা গ্রহণৰ বাবে বিভিন্ন পাঠ্যক্রমৰ…

ডিজিটেল মার্কেটিং, কেৰিয়াৰ গঢ়িব বিচাৰে নেকি?

অনির্বাণ ডেকা সাম্প্রতিক সময়ত এই বিশ্ব ব্রহ্মাণ্ডত খলকনি তোলা বিষয়টোৱে হৈছে ডিজিটেল মার্কেটিং৷ আপোনালোকে বাৰু জানেনে ডিজিটেল ইণ্ডাষ্ট্রীত ২০২০ চনৰ ভিতৰত ২০ লাখতকৈও অধিক চাকৰি সমগ্র ভাৰতবর্ষতে ওলাই আছে৷ এই চাকৰিৰ বাবে আপোনালোক…

বাজেট দাখিলৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে ২০২০-২০২১ বৰ্ষৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বাজেট দাখিলৰ পিছত মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰখনৰ এইখন শেষ বাজেট। যোৱা ৪ বছৰৰ প্ৰচেষ্টাক সমাহিত কৰি অসমৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ…

ক’ৰণা ভাইৰাছৰ পৰা কিমান সুৰক্ষিত অসম?

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ গুৱাহাটী, যোৰহাট, মাজুলী ভ্ৰমণ কৰি ভূটানলৈ উৰা মৰা আমেৰিকান পৰ্যটকৰ শৰীৰত ক'ৰণা ভাইৰাছ।         ভূটানত ধৰা পৰিছে ক'ৰণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী। কিন্তু আচৰ্যকৰ কথাটো হ'ল এই পৰ্যটকজনে অসম ভ্ৰমণ কৰি গৈছিল…

কংগ্ৰেছ এআইইউডিফৰ উমৈহতীয়া প্ৰাৰ্থী জ্য়েষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ আজিৰে পৰা ৰাজ্যসভাৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়ালৈকে তিনিজন লোকে সংগ্ৰহ কৰে বিশ্বজিত দৈমাৰী, কাজী নেকিব আহেমদ অজিত কুমাৰ ভূঞাৰ মনোনয়ন সংগ্ৰহ। উল্লেখ্য যে কংগ্ৰেছ -এআইইউডিফৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে বিবেচিত হৈছে…

DSP হ’ব ধিং এক্সপ্ৰেছ হিমা দাস

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ সোণোৱাল চৰকাৰৰ বাজেটত খেলুৱৈ সকলৰ বাবে বিশেষ স্থান। ৰাজ্যৰ অসামৰিক সেৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা খেলুৱৈৰ বাবে বিশেষ পদক্ষেপ।        ক্ৰীড়াৰ প্ৰতি যুৱপ্ৰজন্মক অধিক আকৰ্ষিত কৰিবলৈ যিসকল খেলুৱৈয়ে…