2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ বিশ্বত বৰ্তমান ক’ৰোনা ভাইৰাছৰ আতংক

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ সমগ্ৰ বিশ্বতে বৰ্তমান ক'ৰোনা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে।  ক'ৰোনা ভাইৰাছক লৈ দেশজুৰী জাৰি কৰা হৈছে হেলৰ্থ এলাৰ্ট ৷এই ক'ৰণা ভাইৰাছক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভুটানেও। ইষ্টাৰ্ণ ভুটানৰ…

পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰৰ পৰা পলাই গ’ল কন্যা

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ ৰাজ্যত সঘনে সংঘটিত হয় নাৰী নিৰ্যাতনৰ ঘটনা। পিতৃৰ হাততো ধৰ্ষিতা হয় কন্যা। দুলীয়াজানৰ কছাৰী পথাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। দৈনিক সুৰাপান কৰি মাতৃহাৰা দুই কন্যাক অত্যাচাৰ চলাই আহিছিল কুনাল ভূমিজ নামৰ…

হাজোত ৰহস্যজনক হত্যাকাণ্ড, মৰিয়াই মৰিয়াই হত্যা এজনক

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ হাজোৰ ৰামদিয়াৰ বঙালতোলাত চাঞ্চল্যকৰ হত্যাকাণ্ড। মৰিয়াই মৰিয়াই নৃশংস হত্যা হৰেকৃষ্ণ কলিতা নামৰ এজন লোকক। বৰ্তমানলৈ জানিব পৰা নাই হত্যাৰ কাৰণ।     জানিব পৰা মতে বৰপেটা জিলাৰ ওদালগুৰি গাঁৱৰ বাসিন্দা হৰেকৃষ্ণ কলিতা…

কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি আহ্লাদিত পৰ্যটক

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ডিচেম্বৰ মাহত হোৱা কা আন্দোলনৰ বাবে অসমত পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পৰিছিল। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটক সংখ্যা নিচেই তাকৰ আছিল কিন্তু শেহতীয়া ভাৱে দেশী বিদেশী পৰ্য্যটক ৰ আগমনত মুখৰিত কাজিৰঙা ৰাষ্ট্ৰীয়…

মহানগৰীত গজৰাজৰ মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰবাৰে পুৱাই মহানগৰীত দেখা গ'ল এটা বনৰীয়া হাতী । সাতগাঁও বজাৰৰ মাজেৰে পাৰ হৈ যোৱা গজৰাজে অৱশ্যে কাৰো একো ক্ষতি কৰা নাই । গজৰাজক দেখি কোনো কোনোৱে দিছে খাদ্য বস্তু । ৰাজপথৰ মাজেৰে গুৰুগম্ভীৰভাৱে পাৰ হৈ যোৱা গজৰাজক…

ৰাষ্ট্ৰপতি ভৱনত বাতিল হোলীঃ স্থগিত ভাৰত ইউৰোপীয় সংঘৰ সন্মিলন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ দেশজুৰি ঘাতক ক'ৰোনা ভাইৰাছে আতংক সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰে ক'ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিলেও দেশবাসীৰ মাজত এই ঘাতক ভাইৰাছক লৈ শংকা সৃষ্টি হৈছে । বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ…

পানী যোগানত ব্যর্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাত চূড়ান্তভাৱে ব্যর্থ হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ সমান্তৰালকৈ মহানগৰবাসীক পানী যোগান ধৰাৰ ক্ষেত্রত ব্যর্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ প্রায় ২০ লাখ লোকে…

মুছলমানৰ ‘আজাদী’ বিচাৰি ভয়ংকৰ পোষ্ট

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ বাংলাদেশ সংলগ্ন সীমান্তত শ্লীপাৰ চেল সক্ৰিয় কৰি তোলা জেহাদীয়ে পুনৰ ভয়ংকৰ অসমবিৰোধী ষড়যন্ত্ৰ ৰচনা কৰিছে । এনে ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ জেহাদীয়ে ব্যৱহাৰ কৰিছে ছ'চিয়েল মিডিয়া । ফেচবুক, হোৱাটছএপ আদিৰ মাধ্যমেৰে…

গুৱাহাটী ৰে’ল ষ্টেচনত চোৰাং তেলৰ ব্যৱসায়ী চক্র উৎখাত

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ গুৱাহাটী ৰে’ল ষ্টেচনত দীর্ঘদিন ধৰি চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা এটা ঘাটি বৃহস্পতিবাৰে ৰাইজে উৎখাত কৰে৷ দীর্ঘদিন ধৰি গুৱাহাটী ষ্টেচনত ৰখাই থোৱা ৰে’লৰ পৰা এই চক্রটোৱে তেল চুৰি কৰি মহানগৰীৰ বিভিন্ন স্থানত বিক্রী…

অসমত নিষিদ্ধ বংগৰ ব্ৰইলাৰ-চীনৰ ফাকু

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা প্ৰাণনাশী ক'ৰোনা ভাইৰাছৰ আতংক এতিয়া পৰিলক্ষিত হৈছে সমগ্ৰ দেশতে । বিগত দুদিনত ক'ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে গ্ৰহণ কৰা হৈছে ব্যাপক সতর্কতামূলক ব্যৱস্থা৷…