নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পিছতে জে’ললৈ যাব হাগ্রামা

নিয়মীয়া বার্তা, ৬ মার্চঃ ‘ছাত্রনেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তৰ আৰম্ভণিতে প্রথম সন্দেহৰ আঙুলিটো হাগ্রামা বাহিনীৰ ফালে যোৱাৰ লগতে কিছুদিন পূর্বে নাৰায়ণগুৰিত সংঘটিত হত্যাকাণ্ডৰ সৈতে হাগ্রামা বাহিনী জড়িত থকাৰ যথেষ্ট প্রমাণ আছে ৷ একমাত্র…

‘আইনা জীৱনৰ’ৰ ৬–৯ এপ্রিলত অসম ভিত্তিত নাট প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সৌজন্যত তথা জনপ্রিয় মাহেকীয়া আলোচনী ‘আইনা জীৱনৰ’ৰ উদ্যোগত অহা এপ্রিলত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত একাংক নাট প্রতিযোগিতা– ‘ৰংগমঞ্চ–২০২০’ ৷ প্রথমটো ছিজনত…

আজিৰ ৰাশিফল

মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷ বৃষ : কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব৷…

চীনৰ সামগ্ৰীৰে ফাকু নেখেলে মহানগৰবাসীয়ে

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ দেশজুৰি কৰ'ণা ভাইৰাছৰ আতংক। বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৩০জনকৈ লোক। দেশজুৰি হেল্থ এলাৰ্ট জাৰি কৰা সময়তে প্ৰধানমন্ত্ৰী মোদীৰ  এটা বিশেষ টুইট। জনসমাগমৰ পৰা আঁতৰি এইবাৰ হোলী উদযাপন নকৰে মোদীৰ লগতে…

ইউটিউবৰ বাবে দিন হাজিৰা কৰা এজন যুৱক এতিয়া সফল বাঁহীবাদক

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ ছচিয়েল মিডিয়াই যে মানুহৰ জীৱন সলনি কৰিব পাৰে তাৰে এটা সৰু উদাহৰণ হ'ল লখিমপুৰৰ এজন যুৱক।            লখিমপুৰৰ নাওবৈছাৰ দ'লহাট লোকামপুৰৰ দুদুল শইকীয়া নামৰ যুৱক জনে এটা সময়ত দিন হাজিৰা কৰিছিল । কিন্তু কিছু বছৰ পূৰ্বে এক…

জামুগুৰিহাটৰ চৰ চাপৰিত পুনৰ উচ্ছেদ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ পুনৰ জামুগুৰিহাটৰ চৰ চাপৰিত উচ্ছেদ চলালে প্ৰশাসনে। চৰ অঞ্চলত অবৈধভাৱে  চৰকাৰী মাটি দখল কৰি বাসগৃহ নিৰ্মাণ কৰা প্ৰায় অৰ্ধশতাধিক লোকক আজি উচ্ছেদ কৰে প্ৰশাসনে। জামুগুৰিহাটৰ লালটাপু, দীঘলীচাপৰি, মকুৱা চাপৰি, চিৰুৱানীত…

পূৰ্বৰ বাজেটতকৈ ব্যতিক্ৰম হ’ব এইবাৰৰ বাজেটঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ শুকুৰবাৰে বিয়লি প্ৰায় ২ বজাত বিধানসভাত সোণোৱাল চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাজেট দাখিলৰ পূৰ্বে বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ ২০২০-২১ বৰ্ষৰ পূৰ্ণাংগ বাজেট…

মাজুলীত আজিৰ পৰা ৪ দিনিয়াকৈ অনুষ্ঠিত হৈছে মিচিং যুৱ মহোৎসৱ

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিং সকলৰ বৃহৎ উৎসৱ যুৱ মহোৎসৱৰ লৈ এতিয়া খেৰকতীয়া নদীৰ পাৰত উখল মাখল পৰিবেশ । যুৱ শক্তিৰ মাজলৈ মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য -পৰম্পৰাৰ গুৰুত্ব , তাৎপৰ্য তথা মিচিং সমাজ জীৱনক অধিক…

চতুৰ্থ বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীৰ ডেথ ৱাৰেণ্ট জাৰিঃ ২০ মাৰ্চত হ’ব ফাঁচী

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচীৰ নতুন তাৰিখ। নতুন তাৰিখ অনুসৰি অহা ২০ মাৰ্চত পুৱা ৫.৩০ ফাঁচি দিয়া হ'ব। সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক অহা ২০ মাৰ্চৰ পুৱা ৬ বজাত ফাঁচী দিয়া হ’ব ।

ছিপাঝাৰত ঢেপাঢোলৰ প্ৰশিক্ষণ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ দৰঙীয়া কৃষ্টি-সংস্কৃতিৰ অন্যতম বাদ্য ঢেপাঢোলক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে ছিপাঝাৰৰ দক্ষিণচুবুৰীত আয়োজন কৰা হৈছে ঢেপাঢোলৰ প্ৰশিক্ষণ কৰ্মশালা । মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক…