আপোনাৰ বহুতো ৰোগৰ কাৰণ লেতেৰা হাত দুখন
হোমেন বৰগোহাঞি
যিসকল লোকে চকুৰ দৰব ব্যৱহাৰ কৰিব লগা হৈছে, তেওঁলোকে জানে যে চকুৰ দৰবৰ বটলৰ লগত এটা সাৱধানবাণী লিখি দিয়া হয় । সাৱধানবাণীটো হ'ল - দৰবৰ বটলৰ মুখখন কেতিয়াও হাতৰ আঙুলিৰে বা আন কোনো বস্তুৰে স্পৰ্শ নকৰিব, কাৰণ তেনে কৰিলে চকুৰ…