নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীশ্ৰী মাধৱ আতা সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ আজি গহপুৰ মহকুমাৰ ডিপৰাস্থিত কঠালনীবাৰী গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হয় । এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে মুখ্যদ্বাৰ উন্মোচন অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে পূব ছয়দুৱাৰ উন্নয়ন…

ইউপিপিএলত যোগদান এনডিএফবি নেতা গোবিন্দ বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও এতিয়া বিটিচি অঞ্চলত উত্তপ্ত হৈছে ৰাজনৈতিক বতাহ । এবছুৰ সভাপতিৰ পদ এৰি প্রমোদ বড়োৱে ইউ পি পি এলত যোগদান কৰাৰ পাছত ওদালগুৰিত আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগদান কৰিলে এন…

বিধানসভাৰ পৰা বহিস্কাৰ হ’ল দুই কংগ্ৰেছী বিধায়ক

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ বিধানসভাৰ পৰা বহিস্কাৰ কৰা হ'ল দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ' দে' পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীক। উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ দি থকা সময়তে বন্ধ হৈ থকা চাহ বাগিচা আৰু উদ্যোগ সন্দৰ্ভত সোধা প্ৰশ্নত তৰ্ক…

ওদালগুৰিত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ দাবীত ধৰ্ণা

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃওদালগুৰি জিলাৰ বামুনজুলি চাহ বাগিচাত চাহ শ্ৰমিকৰ ধৰ্ণা । জনজাতিকৰন , দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি , উন্নত চিকিৎসা প্ৰদান , বিশুদ্ধ খোৱা পানীৰ যোগানৰ দাবীত স্থানীয় বামুনজুলি আঞ্চলিক আটছাৰ উদ্যোগত এই কাৰ্য সূচী ৰূপায়ন…

শোৱনি কোঠাত সোমালগৈ দ্ৰুতবেগী ডাম্পাৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। ৰাজপথত ডাম্পাৰে প্ৰাণ লৈছে বহু নিৰীহ লোকৰ। তেনে সময়তে ডিব্ৰুগড়ত সংঘটিত হৈছে এটা ভয়াৱহ দুৰ্ঘটনা।নিশা ৰাজপথৰ পৰা গৈ শোৱনি কোঠাত সোমাল এখন ডাম্পাৰ।                  ঘটনা…

আমগুৰিৰ গৌৰীসাগৰত নিশা কাঠভৰ্তি ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ নিশা গৌৰীসাগৰ আৰক্ষীৰ অভিযানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন কাঠভৰ্তি ট্ৰাক । জোনাইৰ পৰা বঙাইগাঁৱলৈ AS 01JC 8274 নম্বৰৰ ট্ৰাকখনত সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় গাড়ী সহ কাঠখিনি । অবৈধভাৱে সৰবৰাহ কৰাৰ সন্দেহত গৌৰীসাগৰ…

মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ ৩৫০ জন লোকক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ইনাৰ লাইন পাৰ্মিট আৰু নাগৰিকত্ব সংশোধনী আইনৰ বাবে উত্তপ্ত চুবুৰীয়া ৰাজ্য মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ ৩৫০ গৰাকী লোকক বৃহস্পতিবাৰে উদ্ধাৰ কৰি নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে । বিগত প্ৰায় এটা সপ্তাহে মেঘালয়ত অব্যাহত…

টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহিললা ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে আজিৰ ছেমি ফাইনেল মেচ খনত এটাও বল নপৰিলে। বৰষুণৰ বাবে মেচ খন অমিমাংসিত হয়। ইংলেণ্ড আৰু ভাৰতৰ মাজত আজি ছেমি ফাইনেল মেচ খন…

চেলুলয়ডত বন্দী হ’ব দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ অমৰ প্ৰেমগাথা

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ কোকিলকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰ আৰু বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মধুৰ প্ৰেমৰ কাহিনী চেলুলয়ডত বন্দী হ'ব । এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ সংবেদনশীল আৰু শৈল্পিক জীৱন কাহিনীৰ আধাৰত পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা…

উত্তৰ-পূব ৰে’লৱেৰ সাতখন লাভজনক ৰে’ল ব্যক্তিগতকৰণৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ দেশৰ পৰিবহণ ব্যৱস্থাত বছৰ বছৰ ধৰি আটাইতকৈ কম খৰছী ভ্ৰমণৰ সুবিধা প্ৰদান কৰিও লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈ অহা ৰে'লৱেক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগতকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে…