ভাৰতে মহাকাশলৈ পঠিয়াব জিঅ’ ইমাজিং ছেটেলাইট
বতৰৰ বা–বাতৰি সংগ্রহৰ উদ্দেশ্যে ভাৰতে এটা নতুন উপগ্রহ মহাকাশলৈ প্রেৰণ কৰিব৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মতে কাইলৈ এই জি’ ইমাজিং ছেটেলাইট (জিআইএছএটি–১) নামৰ উপগ্রহটো উৎক্ষেপণ কৰাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত স্থগিত ৰাখিছে যদিও…