নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী–পৌৰ নিগমৰ পৃষ্ঠপোষকতাত নাৰেংগীৰ কলংপাৰ বজাৰত ছিণ্ডিকেটৰাজ

নিয়মীয়া বার্তা, ৫ মার্চঃ মহানগৰীৰ নাৰেংগীত কলংপাৰ বজাৰক লৈ এক বৃহৎ ছিণ্ডিকেট চক্র গঢ়ি তুলিছে এটা অসাধু চক্রই ৷ প্রাপ্ত তথ্য অনুসৰি এই চক্রটোৱে ব্যৱসায়ীসকলৰ পৰা দৈনিক বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰি আছে৷ এই ছিণ্ডিকেট চক্রটোৰ লগত পৌৰ নিগমৰ একাংশ…

স্পেনিছ গার্ডেনত ব্যস্ত জিএমচিৰ ৪খন টেংকাৰ

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ গুৱাহাটী মহানগৰবাসীক পানী যোগান ধৰাত চৰকাৰ তথা গুৱাহাটী পৌৰ নিগম চূড়ান্তভাৱে ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিতত বুধবাৰে সদনত সৰৱ হৈ পৰে দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্র…

আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি আহ্বান

পদ্ম পেগু ভাৰতবর্ষ স্বাধীন হোৱাৰে পৰা বৰ অসমত বসবাস কৰা সকলো জাতিয়েই নিজৰ নিজৰ ভাষা–সংস্কৃতিৰ কাৰণে চৰকাৰৰ লগত সংগ্রাম কৰিব লগা হৈছে৷ নিজ মাতৃভূমিৰ অৰাজনৈতিক দল–সংগঠনসমূহ চিঞৰত অসমৰ প্রত্যেকজন অসমীয়াই সাৰ পাই উঠে৷ ভাৰত স্বাধীন হোৱাৰ…

ক’ৰোনা ভাইৰাছৰ ছিটা

চীনৰ য়ুহান প্রদেশৰ পৰা উদ্ভৱ ঘটি ক’ৰোনা ভাইৰাছে সম্প্রতি সমগ্র বিশ্বতে এক শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে তিনি সহস্রাধিক লোকৰ প্রাণ হোৱাৰ লগতে লাখতকৈ অধিক এই ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ নামকৰণ কৰা হৈছে ক’ভিড–১৯৷…

ইছলাম ধর্মাৱলম্বী হৈও হিন্দু ধর্মীয় গ্রন্থ অধ্যয়ন–ৰচনাৰ নিৰলস সাধনা কৰা ব্যক্তিজন

নিয়মীয়া বার্তা, ৫ মার্চঃ ধর্মক লৈ, জাতিক লৈ এচামে নিকৃষ্ট ৰাজনীতি কৰি সমাজখনক ভাগ ভাগ কৰিবলৈ ওলোৱাৰ সময়তে নলবাৰীৰ এগৰাকী ইছলাম ধর্মাৱলম্বী লোকে নিৰলস সাধনাত ব্রতী হৈছে ৷ ব্যক্তিগৰাকীয়ে অধ্যয়ন কৰে হিন্দুুু ধর্মৰ গ্রন্থ৷ প্রতিটো ধর্মৰ দর্শন…

অসমত মেইতেই ভাষা প্রৱর্তনৰ দাবী মণিপুৰৰ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিয়োগ প্রক্রিয়া আৰু পৰীক্ষাত মণিপুৰী ভাষা অনুমোদনৰ আহ্বান জনালে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিংহই ৷ বুধবাৰে কাছাৰ জিলাৰ সোণাইৰ  লামাৰগ্রামত পেন মেইতেই কনভেনচন আৰু অসম মণিপুৰী প্রগ্রেছিভ…

অসমীয়াভাষী বড়ো কছাৰী পৰিষদ গঠনৰ আশ্বাস মুখ্যমন্ত্রীৰ

নিয়মীয়া বার্তা, ৫ মার্চঃ অসম বড়ো কছাৰী জাতীয় পৰিষদ, অসমীয়াভাষীয়ে নৱগঠিত বি টি আৰ এলেকাৰ বাহিৰত থাকি অসমৰ ভাষা–সংস্কৃতিত অৰিহণা আগবঢ়াই বঞ্চিত আৰু নিপীড়িত অৱস্থাত বসবাস কৰা পাঁচ লক্ষাধিক অসমীয়াভাষী বড়ো কছাৰী জনসাধাৰণৰ আর্থ–সামাজিক উন্নয়নৰ…

শোণিতপুৰত জব্দ ৩১ কয়লাভর্তি ট্রাক

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ এইবাৰ কয়লা মাফিয়াৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে চলাইছে অভিযান । শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ নির্দেশত মঙলবাৰে নিশা তেজপুৰৰ তিনিটা পৃথক স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে কয়লা সৰবৰাহ কৰা ৩১খন…

হাইক’ৰ্টৰ মজিয়া পালে গৰুৰ চোৰাং বেহা

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ ৰাজ্যত অব্যাহত থকা গৰুৰ চোৰাং বেহাৰ চি বি আই তদন্তৰ নির্দেশ দিয়াৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বার্থজড়িত আবেদন ৷ শেহতীয়াকৈ ৰঙিয়াত ৬৯০টা গৰু–ম’হ জব্দ কৰাৰ প্রসংগৰে ধ্যান ফাউণ্ডেচন নামৰ…

কার্বি খাদ্যৰ জুতি ল’লে পিটাৰছেনে

নিয়মীয়া বার্তা, ৫ মার্চঃ গঁড় সংৰক্ষণ বিষয়ক লৈ নির্মাণ হ’বলগীয়া এখন তথ্যচিত্রৰ দৃশ্যগ্রহণৰ বাবে সপ্তাহজোৰা ভ্রমণসূচীৰে বুধবাৰে কাজিৰঙাত উপস্থিত হয় ইংলেণ্ডৰ প্রাক্তন তাৰকা ক্রিকেটাৰ কেভিন পিটাৰছেন ৷ তথ্যচিত্রখনৰ দৃশ্যগ্রহণ কাজিৰঙাৰ বিভিন্ন…