নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত লেআউট ডিজাইনাৰৰ পদ খালী

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত পৰিচালিত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত খালী হৈছে লেআউট ডিজাইনাৰৰ ১টা পদ৷ আবেদনকাৰী কলা/বিজ্ঞান/বাণিজ্যৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ডিগ্রী/ডিপ্ল’মাধাৰী হোৱাৰ উপৰি ডিটিপি, এম এছ ৱর্ড,…

নুমলীগড় শোধনাগাৰত শিক্ষা নবিচৰ ১০১ পদ

ভাৰত পেট্র’লিয়াম আৰু অইল ইণ্ডিয়াৰ যৌথ পৰিচালনাত প্রতিষ্ঠিত নুমলীগড় শোধনাগাৰত খালী হৈছে শিক্ষা নবিচৰ ১০১ পদ৷ ইতিমধ্যে এই বিষয়ে নুমলীগড় শোধানাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্রবন্ধকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য…

জীৱন বীমা নিগমত ২১৮ পদৰ বিজ্ঞাপন

ভাৰত চৰকাৰৰ অধীনস্থ দেশৰ বৃহত্তম বীমা কোম্পানী ভাৰতীয় জীৱন বীমা লিমিটেডত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কোম্পানীটোৰ সহকাৰী সঞ্চালক এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত…

কাৰিকৰী শিক্ষাত ২২৫ চাকৰি

প্রবক্তাৰ ১২০ পদ অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে ভিন্ন বর্গৰ ১২০ পদ৷ ইতিমধ্যে এই বিষয়ে বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ উক্ত খালী পদকেইটা…

আজমলৰ সৈতে মোৰ প্ৰেম হৈছেঃ তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ আজমলৰ সৈতে মোৰ কথা হৈছে। মোৰ প্ৰস্তাৱত আজমলে সমৰ্থন জনাইছে। আজমলৰ প্ৰতি থকা পূৰ্বৰ ধাৰণা মোৰ সলনি হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন…

আজি মাধ্যমিক টেটৰ ফলাফল

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আজি ঘোষণা কৰা হ’ব মাধ্যমিক টেটৰ ফলাফল৷ অসম সর্বশিক্ষা অভিযানৰ ৱেবছাইটযোগে মাধ্যমিক টেটৰ ফলাফল উপলব্ধ হ’ব৷ টুইটাৰযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে ১৯ জানুৱাৰীত অনুষ্ঠিত…

আজি ICU ৰ পৰা কেবিনলৈ জুবিনঃ কি ক’লে চিকিৎসকে ?

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ক্ৰমাত সুস্থ হৈ উঠিছে শিল্পী জুবিন গাৰ্গ । আজি জুবিন গাৰ্গক আইচিইউৰ পৰা কেবিনলৈ অনা হ'ব বুলি সংবাদমাধ্যমক জানিবলৈ দিছে ডাঃ হিতেশ বৰুৱাই । অৱশ্যে কেবিনলৈ আনিলেও জুবিনক লগ কৰাৰ বাধা আৰোপ কৰিছে চিকিৎসকে । হাস্পতালত এখন…

আজিও অৱহেলিত তেজপুৰৰ শ্ৰীশ্ৰীব্ৰহ্মচাৰী সত্ৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ চাৰিশ বছৰ পুৰণি সাঁচিপাতৰ পুথি আৰু প্ৰাচীন শৈল ভাস্কৰ্যৰে সমৃদ্ধ তেজপুৰৰ এখনি ঐতিহ্যপূৰ্ণ সত্ৰ । ১৮৬০ খৃষ্টাব্দৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি অহা এই সত্ৰখন আজিও অৱহেলিত । উপযুক্ত সংৰক্ষণৰ অভাৱত এতিয়া উৱলি গৈছে…

হিন্দু ধৰ্মৰ লোকে মছজিদলৈ দান কৰিলে পবিত্ৰ কোৰান শ্বৰীফ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বাক্সাৰ শালবাৰীৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত কালপানীত দুদিন পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে মছজিদৰ ভিতৰত ইছলামধৰ্মী লোকৰ ধৰ্ম গ্ৰন্থ কোৰান শ্বৰীফ আৰু হাদিছত অগ্নি সংযোগ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক চেপা উত্তেজনা বিৰাজ…

মৰিয়নীত সেনাৰ বেশত ডকাইতিত জড়িত ৪জনক আটক

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ মৰিয়নীত সেনাৰ বেশত ডকাইতি চলোৱা দুৰ্বৃত্তক আটক কৰে আৰক্ষীয়ে। ৪জনীয়া ডকাইতৰ দলে সঞ্জয় আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি লুটপাত চলাইছিল। ধৃত চমশ্বেৰ সিং, গুৰমিত সিং, জগেন্দ্ৰ সিং আৰু জুকটাব সিঙক আটক কৰে…