নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষৰ পৰা নিয়ন্ত্রিত ৰূপত বোৱাই নিব নগঞাৰ প্রাণৰ কলঙক

নিয়মীয়া বার্তা, ৫ মার্চঃ বহু কবি–সাহিত্যিকৰ প্রেৰণাৰ উৎস কলং ৷ নগাঁৱৰ সকলো ইতিহাসৰ সাক্ষী এই কলং বহু বছৰ ধৰি স্তব্ধ ৷ তাহানিতে কুলু কুলু ধ্বনিৰে বৈ থকা কলংখনৰ মুখখন হাতীমূৰা আৰিকাটিৰ ওচৰত মথাউৰি নির্মাণৰ জৰিয়তে বন্ধ কৰি দিয়া হৈছিল ১৯৬৪ চনত…

বিটিআৰ চুক্তিৰ ১৫০০ কোটি লুণ্ঠনৰ ফন্দি বিপিএফৰঃ প্রমোদ বড়ো

নিয়মীয়া বার্তা, ৫ মার্চঃ বাগ্সা জিলাৰ শালবাৰীত বুধবাৰে ইউ পি পি এলৰ এখন কর্মশালা অনুষ্ঠিত হয় ৷ কর্মশালাখনত ইউ পি পি এলৰ সভাপতি তথা এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৱে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলক কঠোৰ সমালোচনা কৰি বিটিচিৰ ৰাইজে…

ব্রহ্মপুত্র খনন সন্দর্ভত তথ্য নাই ৰাজ্য চৰকাৰৰ হাতত

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ব্রহ্মপুত্র খননৰ কাম কেতিয়া আৰম্ভ হ’ব আৰু বর্তমান কি পর্যায়ত আছে সেই সম্পর্কত তথ্য নাই ৰাজ্য চৰকাৰৰ ৷ বুধবাৰে সদনত জলসম্পদ মন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা অনুসৰি ব্রহ্মপুত্রৰ খননৰ সম্পর্কত শেহতীয়া তথ্য জনাবৰ বাবে…

ভূমিস্খলনতহে অস্বাভাৱিকভাৱে ঘোলা হৈছে চিয়াঙৰ পানী

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ চুবুৰীয়া চীন দেশৰ পৰা বৈ অহা চিয়াং নৈৰ পানী পুনৰ অস্বাভাৱিকভাৱে ঘোলা হৈ পৰাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতর্ক আৰু চর্চাৰ ৷ আনকি ৰঙা চীনে চিয়াঙৰ উৎপত্তিস্থলত বৃহৎ নির্মাণকার্য চলোৱা বাবে পানী ঘোলা হৈ পৰা বুলিও অভিযোগ…

অসম আন্দোলনৰ শ্বহীদ নির্যাতিত পৰিয়ালৰ সংস্থাপনত দায়বদ্ধ চৰকাৰ

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ অসম আন্দোলনৰ শ্বহীদ নির্যাতিত পৰিয়ালৰ সদস্যৰ সংস্থাপনক লৈ আমাৰ চৰকাৰ দায়বদ্ধ ৷ –এই ঘোষণা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ৷ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ ৩০১ নং নিয়মাৱলীৰ অধীনত বুধবাৰে অগপ বিধায়ক ৰমেন্দ্র…

আজিৰ ৰাশিফল

মেষ : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২.০৫ৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷ বৃষ : পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক সকলো…

এইবাৰ হোলীত অংশ নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ দেশজুৰি কৰ'ণা ভাইৰাছৰ আতংক। চীনৰ লগতে বহু কেইখন দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে। ভাৰততো ২৮জন লোকৰ দেহত ইতিমধ্যে ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি। দেশজুৰি হেল্থ এলাৰ্ট জাৰি কৰা সময়তে প্ৰধানমন্ত্ৰী মোদীৰ টুইট।…

গোলাঘাটত মিঠাই খাই অসুস্থ কেইবাজনো লোক

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ মিঠাই সকলোৰ প্ৰিয় খাদ্য। কিন্তু এই মিঠাই এতিয়া বৰবিহ ৰূপে পৰিণত হৈছে। এচাম অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলা মিঠাই বিক্ৰী কৰাৰ অভিযোগ উঠিছে গোলাঘাটত। গোলাঘাট নগৰৰ বেঙেনাখোৱাস্থিত শৰ্মা চুইটছ নামৰ মিঠাই দোকান খনত ম্যাদ ওকলা…

আই’চিএলত ৫০০ পদ খালী

ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেড চমুকৈ আই’চিএলৰ মার্কেটিং ডিভিজনত খালী হৈছে কাৰিকৰী আৰু অকাৰিকৰী শিক্ষা নবিচৰ ৫০০ পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি কাৰিকৰী শিক্ষা নবিচ (২৬৫), ট্রেড শিক্ষা নবিচ (৯৯) আৰু অকাৰিকৰী ট্রেড শিক্ষা নবিচ (১৩৬)ৰ পদত প্রার্থী…

ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডার্ছত ১৫০ পদ আবেদন গ্রহণৰ অন্তিম দিন ৩১ মার্চ

খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রণালয়ৰ অধীনস্থ এটি স্বতন্ত্র সংস্থা ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডার্ছত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মানৱ সম্পদ বিভাগৰ মুৰব্বীয়ে এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয়…