অসম চুক্তিৰ ৬নং দফা আৰু আন্তঃৰাজ্যিক পাৰপত্রৰ ব্যৱস্থা
সুদীপ্ত নয়ন গোস্বামী
প্রতিৱেশী অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ দৰে একালত অসমৰ ব্রহ্মপুত্র আৰু বৰাক উপত্যকাতো অনুৰূপ পাৰপত্রৰ ব্যৱস্থা থকাৰ অসমর্থিত তথ্য মাজে–সময়ে শুনা যায়৷ জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি একাংশ দল–সংগঠনেও নিষ্প্রভকৈ…