নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰে মিত্রতা অব্যাহত আছে বিপিএফৰ

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তনত অংশগ্রহণ কৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য প্রফেছৰ জগদীশ মুখীয়ে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাজ্যপালে প্রৱেশ কৰাৰ পিছতেই তেওঁক বিপুল আদৰণি জনোৱা হয় ৷ ৰাজ্যপালক গার্ড অৱ…

আজিৰ ৰাশিফল

মেষ : পৰিৱেশত কিছু খেলিমেলি থাকিব৷ খুব নিশ্চিন্তে থকাতকৈ সতর্ক হৈ কাম–কাজত মন ৰাখিব৷ ভ্রমণ আদিতো কষ্ট পোৱাৰ সম্ভাৱনা৷ আর্থিকত মধ্যম৷ ৰঙা শুভ ৰং, ৯ শুভ সংখ্যা৷ বৃষ : কোনো কথাত মানসিক অন্তর্দ্বন্দ্বত ভোগাৰ সম্ভাৱনা৷ পুৰণা বন্ধুৰ লগত সাক্ষাতৰ…

মাজুলী পৰা অযোধ্যালৈ ৰাৱণ,ৰাম, হনুমান, সীতা, লক্ষ্মণ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  উত্তৰ প্ৰদেশৰ মথুৰা, অযোধ্যালৈ মাজুলীৰ চামগুৰি সত্ৰৰ পৰা ৰামায়নৰ অন্যতম চৰিত্ৰ ৰাৱণ সহিতে ৰাম, হনুমান যাব। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মথুৰাত ৰাৱণ বধ মুখা ভাওনা প্ৰদৰ্শন কৰিব মাজুলীৰ চামগুৰি সত্ৰই। উত্তৰ প্ৰদেশত…

বাংলাদেশৰ পৰা আহি পশ্চিমবংগত বাস কৰিছে তেওঁলোক ভাৰতীয় নাগৰিকঃ মমতা বেনাৰ্জী

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ 'কা' ক লৈ বিতৰ্ক চলি থকাৰ মাজতে মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। পশ্চিমবংগৰ দিনাজপুৰ জিলাৰ এখন সভাত মন্তব্য কৰিছে যে যি সকল লোক বাংলাদেশৰ পৰা আহিছ সেই সকল ভাৰতীয় লোক।…

ভাৰতত ৮ জনৰ দেহত ক’ৰোনাঃ কেনেকৈ গ্ৰহণ কৰিব সতৰ্কতা ?

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ বিশ্বজুৰি ক'ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ পাচতে ভাৰতত আঠজন লোকৰ দেহত পোৱা গৈছে ক'ৰোনা ভাইৰাছ । নতুন দিল্লীত ২ জন আৰু উত্তৰপ্ৰদেশত ৬ জন লোকৰ দেহত পোৱা গৈছে ক'ৰোনা ভাইৰাছ । ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে বিশেষ বৈঠকৰ আহ্বান…

অৱশেষত গ্ৰেপ্তাৰ শ্বাহৰুখ

দিল্লীত আঠ জাঁই গুলীচালনা কৰা যুৱকক গ্ৰেপ্তাৰ। বৰেইলীৰ পৰা গ্ৰেপ্তাৰ শ্বাহৰুখ নামৰ যুৱকক। দিল্লীত হোৱা হিংসাত্মক ঘটনাৰ সময়ত আঠ জাঁই গুলীচালনা। সেই ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল শ্বাহৰুখ।

ৰাজ্যসভাৰ তৃতীয়খন আসনঃ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম ক’লে তৰুণ গগৈয়ে

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ ৰাজ্যসভাৰ তৃতীয়খন আসনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত গঢ়ি উঠা মিত্ৰতা আৰু এআইইউডিএফ সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখা গ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক । প্ৰাক্তন…

ভাবুকি দিলেও পিছুৱাই নাহে বিৰোধী শিবিৰঃ আমিনুল ইছলাম

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ ৰাজ্যসভাৰ তৃতীয়খন আসনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো ভয়-ভাবুকিয়ে ৰোধ কৰিব নোৱাৰে বিৰোধী শিবিৰক । মঙলবাৰে অসম চৰকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এআইইউডিএফ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব লগীয়া ৰাজ্যসভাৰ সদস্যৰ…

নিযুক্তি পোৱা স্থানতে ১০ বছৰলৈ শিক্ষাদান কৰিব লাগিব শিক্ষকে

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিধানসভাৰ মজিয়াত শিক্ষাৰ ক্ষেত্ৰত আহিব লগা এখন নতুন আইনৰ বিষয়ে উল্লেখ কৰে । এই নতুন আইন অনুসৰি কোনো এজন শিক্ষকে যোগদান কৰা জিলাখনত দহ বছৰ শিক্ষাদান কৰিবই লাগিব । দহ বছৰৰ…

সুস্থ হৈ জুবিনে জুতি ললে মুৰ্গী মাংসৰ

ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ সোমবাৰৰ পৰা জুবিনৰ আৰম্ভ হৈছে নৰ্মেল ডাইট সোমাবৰৰ নিশাৰ আহাৰত জুবিনে গ্ৰহণ কৰিলে মুৰ্গীৰ মাংস মংগলবাৰে পুৱা আহাৰ গ্ৰহণ কৰি পুনৰ শুলে জুবিনে আজি কেবিনলৈ অনা হ'ব জুবিনক টোপনি পৰা উঠাৰ …