পুনৰ পাৰমাণৱিক অস্ত্র পৰীক্ষণ কিমৰ
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ ১৮ মাহৰ পিছত উত্তৰ কোৰিয়াই পুনৰ পাৰমাণৱিক অস্ত্র পৰীক্ষণ কৰিলে ৷ ২০২০ বর্ষৰ প্রথমটো পাৰমাণৱিক অস্ত্র পৰীক্ষণ কৰিলে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ৷ ঘাটক ক’ৰোনা ভাইৰাছৰ প্রতি বিশ্ববাসী শংকিত হৈ থকাৰ সময়তে জাপানৰ পূব…