নতুনকৈ এনআৰচি প্রস্তুতৰ চিন্তা কৰা নাই চৰকাৰে
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশক্রমে ইতিমধ্যে অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম সম্পন্ন হৈছে ৷ কিন্তু এই এনআৰচিখন বিসংগতিপূর্ণ বুলি অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল–সংগঠনে ৷ এনে অৱস্থাত ক্ৰুটিপূর্ণৰূপে…