নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক বর্জনৰ লক্ষ্যৰে অসম সমবায় মৰাপাট কলৰ মৰাপাটৰ বেগ বিক্রী

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ শিলঘাটৰ অসম সমবায় মৰাপাট ক’লে পাষ্টিক বেগ বর্জনৰ লক্ষ্যৰে উৎপাদন কৰিছে উন্নত মানৰ মৰাপাটৰ বেগ৷ দেওবাৰে প্রথমবাৰৰ বাবে জখলাবন্ধা বজাৰত গ্রাহকৰ বাবে মৰাপাটৰ বেগ বিক্রীৰ ব্যৱস্থা কৰা হয়৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি…

চৰাইদেউৰ পৰা ৰাষ্ট্রপতি ভৱনলৈ পদযাত্রা বৃক্ষবন্ধুৰ

পাপু কুমাৰ ঙাটে আমি জানো বৃক্ষ আৰু মানুহৰ সম্পর্ক অতি নিবিড৷ বৃক্ষই সৃষ্টিৰ পাতনিৰে পৰা আমাৰ মৌলিক প্রয়োজনীয় অন্ন, বস্ত্র আৰু বাসস্থান দি সহায় কৰি আহিছে৷ কিন্তু আমি মানুহে প্রকৃতিৰ এই উপকাৰক ন্যায্যতা দিব পাৰিছোঁনে? উপকাৰীক অজগৰে খাই…

ক্রমাৎ সুস্থ হৈছে জুবিন, এতিয়া প্রয়োজন শাৰীৰিক–মানসিক বিশ্রামৰঃ নেমকেয়াৰত চিকিৎসা অব্যাহত

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ ক্রমাৎ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গৰ স্বাস্থ্য৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ আইচিইউ কক্ষত চিকিৎসাধীন জুবিন সুস্থ হৈ উঠিছে৷ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত থকা জুবিনে…

টিছুপেপাৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ

দীপক কুমাৰ দাস আধুনিক মানৱ জীৱনৰ বাবে অপৰিহার্য সামগ্রীত পৰিণত হৈছে টিছু পেপাৰ৷ এই টিছু পেপাৰ মানুহে প্রসাধনৰ পৰা শৌচাগাৰ, হোটেলৰ পৰা চিকিৎসালয়লৈকে ব্যৱহাৰ কৰা হয়৷ এসময়ৰ অতি প্রয়োজনীয় ৰুমালৰ স্থান লৈছে টিছু পেপাৰে৷ এই টিছু পেপাৰৰ…

পর্যটনৰ বাবে আকর্ষণীয় উপত্যকা

সঞ্জয় কলিতা জুকো ভেলী নাগালেণ্ড আৰু মণিপুৰৰ সীমাত অৱস্থিত জুকো ভেলী এখন অতিকে মনোমোহা উপত্যকা৷ এই উপত্যকা ইয়াৰ মনোৰম প্রাকৃতিক সৌন্দর্যৰ বাবে বিখ্যাত৷ বহুতো আপুৰুগীয়া জীৱ আৰু উদ্ভিদৰ বাসস্থান এই উপত্যকা৷ সাগৰপৃষ্ঠৰ পৰা প্রায় ২,৯৫২…

দুধনৈত ঘাইপথ নির্মাণত উচ্চ প্রযুক্তিৰ ক্রেন

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ এখোজ আগুৱাই ন ন কৌশল ব্যৱহাৰেৰে ৰাজ্যৰ গড়কাপ্ঢানী বিভাগে কাম কৰি আহিছে৷ শেহতীয়াকৈ গোৱালপাৰাৰ নির্মীয়মাণ ৪৬নং ৰাজ্যিক ঘাইপথৰ নন্দেশ্বৰত দুধনৈ নৈৰ ওপৰত দলং নির্মাণৰ কামত ব্যৱহূত হৈছে ৪০০ টন ওজন কঢ়িয়াব পৰা উচ্চ…

আজিজ ল’জত বহিঃৰাজ্যৰ অপৰাধী চক্রৰ ঘাটি

নিয়মীয়া বাৰ্তা, ২ মার্চঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ৷ আন্তঃৰাষ্ট্রীয় অপৰাধী চক্রই মহানগৰীত বাহৰ পাতি এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে যদিও স্মার্ট মহানগৰ…

নুনমাটিত চুৰি বাহনসহ ২ গভাইত চোৰক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ মার্চঃ মহানগৰীৰ নুনমাটি আৰক্ষীয়ে গাড়ী চুৰি চক্রৰ বিৰুদ্ধে অভিযান চলাই বোন্দা, সাতগাঁও আৰু হাতীগাঁও অঞ্চলৰ পৰা ২ গভাইত চোৰক প্রেপ্তাৰ কৰে ৷ ধৃত গাড়ীচোৰ দুটা ক্রমে শ্রীমন্ত কলিতা আৰু মহানগৰীৰ এখন অভিজাত বিশ্ববিদ্যালয়ৰ…

২০১৭–১৯ বর্ষত ৰে’লত ১৬০টাকৈ ধর্ষণৰ ঘটনা

নিয়মীয়া বাৰ্তা, ২ মার্চঃ ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ৰে’ল যাত্রাৰ সময়ত অথবা ৰে’লৱে প্রাংগণত ১৬০টাতকৈও অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে ৷ তথ্য জনা অধিকাৰৰ এক অনুসন্ধানত এই কথা প্রকাশ পাইছে ৷ এই ধর্ষণ কার্যসমূহৰ ভিতৰত ২০১৭ চনত ৫১টা, ২০১৯ চনত আৰু…

পাকিস্তান জিন্দাবাদ শ্লোগানঃ অমূল্য লিয়নাক ৫ মার্চলৈ ন্যায়িক জিম্মাত

নিয়মীয়া বাৰ্তা, ২ মার্চঃ বাংগালুৰুৰ ফ্রীডম পার্কত যোৱা ২০ ফেব্রুৱাৰীত অনুষ্ঠিত এখন ‘কা’বিৰোধী সভাত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়া অমূল্য লিয়নাক বাংগালুৰুৰ এখন আদালতে ৫ মার্চলৈকে ন্যায়িক জিম্মাত ৰাখিবলৈ নির্দেশ দিছে ৷ উল্লেখ্য যে…