মৰিগাঁৱত অৱসৰৰ দিনাই আর্জিত ছুটী–বীমাৰ ধন লাভ শিক্ষকৰ
নিয়মীয়া বার্তা, ২ মার্চঃ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যৰ শিক্ষা বিভাগে বিভাগটোক গতিশীল কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ অংশস্বৰূপে মৰিগাঁও জিলা বিভাগে অৱসৰগ্রহণ কৰা শিক্ষকসকলে যাতে কম সময়ৰ ভিতৰতে তেওঁলোকৰ…