আজিৰে পৰা বিধানসভাৰ বাজেট অধিৱেশন
নিয়মীয়া বাৰ্তা, ২ মার্চঃ আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ অহা ৩০ মার্চলৈ চলিবলগীয়া এই অধিৱেশনৰ মুঠ কর্মদিন হৈছে ১৪ দিন ৷ আনহাতে, অহা ৬ মার্চৰ বিয়লি ৩ বজাত সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২০–২১ বিত্তীয় বর্ষৰ বাজেট…