নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা টাইগাৰ শ্ৰফৰ আজি উপজা দিন; ব্যতিক্ৰমী ধৰণেৰে শুভেচ্ছা দিলে প্ৰেয়সী দিছা পাটানীয়ে

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ বলীউডৰ এক্সনৰূপী অভিনেতা টাইগাৰ শ্ৰফৰ আজি ৩০ সংখ্যক উপজা দিন । আজিৰ এই বিশেষ দিনটোত অভিনেতাজনক সকলোৱে শুভেচ্ছাৰে উপচাইছে । কিন্তু অভিনেত্ৰী দিছা পাটানীয়ে টাইগাৰক জনালে ব্যতিক্ৰমী ধৰণেৰে উপজা দিনৰ ওলগ ।…

নিউজিলেণ্ডৰ ভূমিত আত্মসৰ্মপন ভাৰতৰ

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ ব্যৰ্থতাই লগ এৰা নাই টিম ইণ্ডিয়াক। এদিনীয়াৰ পিছত এইবাৰ টেষ্টত আত্মসৰ্মপন কৰিলে ভাৰতীয় ক্ৰিকেট দলটোৱে। শনিবাৰৰ পৰা ক্রাইষ্টচার্চত চলি থকা শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টতো পৰাজয় বৰণ কৰিছে বিৰাট কোহলি নেতৃত্বাধীন…

ত্ৰিপুৰাত বৃহৎ পৰিমানৰ য়াবা টেবলেট জব্দ; আটক ১

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ দেওবাৰে ত্ৰিপুৰাৰ গকুলনগৰত আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযানত জব্দ হয় ১.৫ লাখ য়াবা টেবলেট । ইপিনে জব্দকৃত এই টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৭.৫ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উল্লেখ্য যে য়াবা টেবলেটখিনি…

নৈশ মাৰাথন আৰু য়ামী গৌতমৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ-এআইইউডিএফ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা নৈশ মাৰাথনক লৈ বিধানসভাত সৰৱ হ'ল কংগ্ৰেছ আৰু এআইইউডিএফ । কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদমাধ্যমৰ আগত চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গ'ল । য়ামী গৌতমে অসমীয়া…

কংগ্ৰেছ আৰু এআইইউডিএফে একেলগে খেলিব ৰাজ্যসভাৰ নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে সংবাদ মাধ্যমক সম্বোধন কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত বিধায়কগৰাকীয়ে কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফ দলে  সহমত পোষণ…

দেশী–বিদেশী দৌৰবিদৰ অংশগ্রহণেৰে দ্য গ্রেট গুৱাহাটী মাৰাথন সম্পন্ন

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ দেশ–বিদেশৰ ৫০০০ৰো অধিক দৌৰবিদৰ অংশগ্রহণেৰে গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ল দ্য গ্রেট গুৱাহাটী মাৰাথন–২০২০৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেওবাৰে সন্ধিয়া বলীউদৰ মোহময়ী অভিনেত্রী য়ামী গৌতমে ফ্লেগ অফ…

হায়দৰাবাদত প্ৰদৰ্শিত হ’ব বিহুঃ ৰাওনা হ’ব ২৪ জনীয়া দল

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ অসমীয়াৰ হিয়াৰ আমঠু বাপতিসাহোন বিহু প্ৰদৰ্শন হ'ব দক্ষিণভাৰতৰ হায়দৰাবাদত । গহপুৰৰ গোপালপুৰৰ এজাক ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ সন্ধিয়া ৰাজেন্দ্ৰ নগৰত অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি…

ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত চিনাতলী বৰ নামঘৰত চুৰিকাণ্ড । নামঘৰৰ দুটা দান পাত্ৰৰ তলা ভাঙি চোৰে লুটি নিলে সেৱকীৰ অৰিহণাৰ ধন । দান পাত্ৰ দুটাত আছিল প্ৰায় ১৫ দিনৰ ধন । দহৰ পৰা পোন্ধৰ হাজাৰ টকা লুট কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।…

কোচ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰ দায়বদ্ধ

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠী এক স্বকীয় বৈশিষ্ট্যপূর্ণ জনগোষ্ঠী৷ নিজা কৃষ্টি–সংস্কৃতি আৰু ইতিহাসসমৃদ্ধ জনগোষ্ঠীটোৱে নিজৰ অধিকাৰৰ বাবে দীর্ঘদিনৰ পৰা যুঁজি আহিছে৷ বিশেষকৈ জনজাতিকৰণৰ বাবে দি অহা…

লৰুৱা বিলত বিৰল প্রজাতিৰ মাছ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ লৰুৱা বিলত দেওবাৰে মাছমৰীয়াৰ জালত এবিধ বিৰল মাছ উদ্ধাৰ হয়৷ ডিব্রুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তর্গত ২নং চৰাইহাবি গাঁও নিৱাসী গোপন হাজৰিকা নামৰ ব্যক্তিজনে বগীবিলৰ সমীপৰ লৰুৱা বিলত মাছ ধৰিবলৈ জাল পেলাওঁতে এই বিৰল…