নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSC ৰ নতুন অধ্যক্ষৰূপে শপত গ্ৰহণ পল্লৱ ভট্টাচাৰ্যৰ

নিয়মীয়া বার্তা, ২ মার্চঃ আজি APSC ৰ নতুন অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিলে অৱসৰপ্ৰাপ্ত IPS পল্লৱ ভট্টাচাৰ্যই । আজি ৰাজ ভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱালে নতুন অধ্যক্ষগৰাকীক । ইপিনে পল্লৱ ভট্টাচাৰ্যৰ লগতে দুগৰাকী নতুন সদস্য সঞ্জীৱ…

উত্তপ্ত গহপুৰ; ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নিয়মীয়া বার্তা, ২ মার্চঃ গহপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰজাবাৰী ১ নং চকলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক একে গাঁৱৰে ৭ টা নৰপিশাচে ধর্ষণ কৰি হত্যা কৰা ঘটনাৰ পাছত বিগত দুটা দিন ধৰি সমগ্র গহপুৰতে উত্তেজনাই বিৰাজ কৰি আছে ৷ ইপিনে এই কাণ্ড সংঘটিত কৰা…

পুনৰ পিছুৱালে নিৰ্ভয়া হত্যাকাণ্ডৰ দোষীৰ ফাঁচিৰ দিন

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃপুনৰ ফাঁচিৰ দিন পিছুৱালে নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষীৰ। অহা মঙলবাৰে চাৰিওটা দোষীৰ ফাঁচি দিয়াৰ কথা আছিল। নিৰ্ভয়া হত্যাকাণ্ডৰ ন্যায়িক প্ৰক্ৰিয়াৰ অন্ত। অন্তিম খন ক্ষমা আবেদন নাকচ ৰাষ্ট্ৰপতিৰ। শীঘ্ৰেই ঘোষিত হব চাৰি দোষীৰ…

বাজেট অধিৱেশনৰ পৰা প্ৰথম দিনাই নিলম্বিত হ’ল বিধায়ক শ্বেৰমান আলী

নিয়মীয়া বাৰ্তা, ২ মার্চঃ আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ অহা ৩০ মার্চলৈ চলিবলগীয়া এই অধিৱেশনৰ মুঠ কর্মদিন হৈছে ১৪ দিন ৷ আনহাতে, অহা ৬ মার্চৰ বিয়লি ৩ বজাত সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২০–২১ বিত্তীয় বর্ষৰ বাজেট…

বাক্সাৰ শালবাৰীত মছজিদৰ ভিতৰত থকা ধৰ্মগ্ৰন্থ জ্বলালে দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত কালপানী আঞ্চলিক মছজিদত থকা ১৪ খন ধৰ্মগ্ৰন্থ জ্বলাই ভস্মীভূত কৰে দুৰ্বৃত্তই৷ উক্ত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি  সৃষ্টি হৈছিল কালপানীত। উত্তেজিত ৰাইজে মানাহ ৰাষ্ট্ৰীয় উদ্যান…

পেঙেৰীৰ ব্ৰহ্মাজানত আৰক্ষীয়ে আটক কৰিলে ছয় জনীয়া ডকাইতৰ দলক

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰহ্মাজানত পুৱতি নিশা পেঙেৰীৰ আৰক্ষীৰ অভিযানত আটক ছয় ডকাইত। পেঙেৰীৰ বুঢ়ীদিহিং বনাঞ্চলত আটক কৰিলে ডকাইতৰ দলটোক। উল্লেখ্য যে ডকাইতৰ দলটোৰ পৰা দুখন চোকা অস্ত্ৰৰ দা আৰু দুখন মটৰ চাইকেল আৰু এটা…

গাড়ী নহয় এইবাৰ বাইক এম্বুলেঞ্চ মুকলি পিছে ক’ত?

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ ৰাজ্যৰ স্বাস্থ্য বিভাগত নতুন সংযোজন ৷ ৰাজ্যৰ ভিতৰুৱা অঞ্চলক চিকিৎসাসেৱা আগবঢ়োৱাৰ বাবে প্ৰথমবাৰৰ কাৰণে সংযোজন বাইক এম্বুলেঞ্চ ৷ ৰাজ্যখনৰ বাক্সাত আজি এই বাইক এম্বুলেঞ্চৰ শুভ উদ্বোধন  ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলতে প্ৰথম…

মুক্তি পালে অক্ষয় কুমাৰ অভিনীত Sooryavanshi ৰ ট্ৰেইলাৰ; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ আজি মুক্তি পালে অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত Sooryavanshi ৰ ট্ৰেইলাৰ । ৰোহিত ছেট্টীৰ দ্বাৰা পৰিচালনা কৰা সূৰ্যবংশী  ছবিখনত দুৰ্দান্ত এক্সনৰ সমাহাৰ দেখিবলৈ পোৱা যাব । ছবিখনত অভিনেতা অক্ষয় কুমাৰৰ ওপৰি কেটৰিণা…

বিধানসভাত সুমনৰ বিধানঃ গো মূত্ৰ-গোৱৰে ৰোধ কৰিব ক’ৰোনা

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ মজিয়াত ক'ৰোনা ভাইৰাছ আৰু কেঞ্চাৰ ৰোধৰ বিধান দিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই । গো-মূত্ৰ আৰু গৰুৰ গোৱৰৰ সহায়ত ক'ৰোনা ভাইৰাছ ৰোধ কৰিব পাৰিব বুলি বিধাানসভাত বক্তব্য প্ৰদান কৰে…

ঘৰুৱা বিমানত উপলব্ধ হ’ব WIFI সেৱা

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ এতিয়াৰ পৰা ঘৰুৱা বিমান সেৱা উপলব্ধ হ'ব ৱাইফাই সেৱা । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰাণলয়ে এই মৰ্মে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সিদ্ধান্তৰ পাচতে এতিয়া উৰণত অৱস্থাতো বিমানৰ ভিতৰত ৱাইফাই ব্যৱহাৰ কৰিব…